আজি দিনটোত সোণ-ৰূপৰ মূল্য, চাওক গুৱাহাটীত কিমান? | Gold Price Today in India: Check 24K, 22K and 18K Rates in Guwahati and Delhi, October 12, 2025 Assam news - Assam Tv9

আজি দিনটোত সোণ-ৰূপৰ মূল্য, চাওক গুৱাহাটীত কিমান?

Updated On: 

12 Oct 2025 | 09:47 AM

আজিৰ দিনটোৰ কোনো পৰিৱৰ্তন হোৱা সোণ-ৰূপৰ মূল্যৰ। বন্ধৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,২৫,০৮০ টকা। যিটো মূল্য কালিৰ দিনটোৰ সৈতে একে।

1 / 5আজি দেওবাৰৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন দেখা নাই। বন্ধৰ দিনটোত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,২৫,০৮০ টকা। যিটো মূল্য কালিৰ দিনটোৰ সৈতে একে।

আজি দেওবাৰৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন দেখা নাই। বন্ধৰ দিনটোত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,২৫,০৮০ টকা। যিটো মূল্য কালিৰ দিনটোৰ সৈতে একে।

2 / 5

একেদৰে আজিৰ দিনটোত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৪,৬৫০ টকা হোৱাৰ বিপৰীতে ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,৮১০ টকা।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজিৰ দিনটোত দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৫,২৩০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৪,৮০০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,৯৬০ টকা।

4 / 5

আজি দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৫,০৮০ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৪,৬৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,৮১০ টকা।

5 / 5

ইফালে, ৰূপৰ মূল্য প্ৰতি গ্ৰামৰ মূল্য ১৮০ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য হৈছে ১,৮০,০০০ টকা।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি