আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ? | Gold Price Today in India: 24K, 22K and 18K Gold Rates in Guwahati and Delhi Assam news - Assam Tv9

আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ?

Published: 

07 Jun 2025 | 02:37 PM

আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৭৯৭ টকা । ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৯৭,৯৭০ টকা । একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮,৯৮০ টকাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮৯,৮০০ টকা ।

1 / 5আজিৰ দেশৰ বজাৰত ২৪ কেৰেটৰ প্ৰতিগ্ৰাম সোণৰ মূল্য ৯,৭৯৭ টকা । একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮,৯৮০ টকা আৰু ২৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৩৪৮ টকা । ইফালে ৰূপৰ মূল্য প্ৰতিকেজিৰ মূল্য ১,০৭,০০০ টকা ।

আজিৰ দেশৰ বজাৰত ২৪ কেৰেটৰ প্ৰতিগ্ৰাম সোণৰ মূল্য ৯,৭৯৭ টকা । একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮,৯৮০ টকা আৰু ২৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৩৪৮ টকা । ইফালে ৰূপৰ মূল্য প্ৰতিকেজিৰ মূল্য ১,০৭,০০০ টকা ।

2 / 5

গুড ৰিটাৰ্ণৰ তথ্য মতে, দিল্লীৰ বজাৰত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ৯,৮১২ টকা । একেদৰে ২২ কেৰেটৰ প্ৰতিগ্ৰাম সোণৰ মূল্য ৮,৯৯৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ৭,৩৬০ টকা ।

3 / 5

আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৭৯৭ টকা । ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৯৭,৯৭০ টকা । একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮,৯৮০ টকাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮৯,৮০০ টকা ।

4 / 5

ইফালে, আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৩৪৮ টকা । ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৩,৪৮০ টকা ।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্য প্ৰতিগ্ৰামৰ মূল্য ১০৭ আৰু প্ৰতিকেজি মূল্য ১,০৭,০০০ টকা । কালি দিনটোৰ সৈতে আজি ৰূপৰ মূল্য একে আছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...