Gold price today: কিমান পালে হ্ৰাস? আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য জানক... | gold price today in guwahati silver price 21st august see in details Assam news - Assam Tv9

Gold price today: কিমান পালে হ্ৰাস? আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য জানক…

Published: 

21 Aug 2025 | 09:03 AM

Gold price today in guwahati: আপুনি সোণ বা ৰূপৰ অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? যদি ভাবিছে ইয়াৰ দামৰ বিষয়ে জনা দৰকাৰ। কিয়নো প্ৰতিদিনে দাম হ্ৰাস-বৃদ্ধি হৈ থাকে।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস, বৃদ্ধি হৈ থাকে। গতিকে আপুনিও যদি সোণ বা ৰূপৰ অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা আৱশ্যক। আজি অসমত সোণ-ৰূপৰ দাম কিমান এই লেখাটোত উল্লেখ কৰা হ'ল।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস, বৃদ্ধি হৈ থাকে। গতিকে আপুনিও যদি সোণ বা ৰূপৰ অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা আৱশ্যক। আজি অসমত সোণ-ৰূপৰ দাম কিমান এই লেখাটোত উল্লেখ কৰা হ'ল।

2 / 5

আজি ২১ আগষ্টত। আজিৰ দিনটোত গুৱাহাটীত ২১ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,০১৪ টকা। লগতে ১০ গ্ৰাম সোণৰ মূল্য ১,০০,১৪০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,০০,১৫০ টকা।

3 / 5

২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,১৭৯ টকা। লগতে ১০ গ্ৰাম সোণৰ মূল্য ৯১,৭৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯১,৮০০ টকা। গতিকে সামান্য পৰিমাণে হ্ৰাস পাইছে দাম।

4 / 5

১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য আজি গুৱাহাটী ৭,৫১০ টকা। লগতে ১০ গ্ৰাম সোণৰ মূল্য ৭৫,১০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৭৫,১১০ টকা।

5 / 5

আজিৰ দিনটোত ১ গ্ৰাম ৰূপৰ মূল্য ১১৪.৯০ টকা। লগতে ১ কেজি ৰূপৰ দাম ১,১৪,৯০০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,১৫,০০০ টকা। গতিকে আজি কিছু দাম হ্ৰাস পাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...