আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান? জানক | Gold Price Today in Guwahati, Check Rate in Assamese November 16 Assam news - Assam Tv9

আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান? জানক

Published: 

16 Nov 2025 | 10:01 AM

আজিৰ বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ কোনো পৰিৱৰ্তন হোৱা নাই যদিও গুৱাহাটীৰ বজাৰত মূল্য কিমান জানোঁ আহক।

1 / 5আজি ১৬ নৱেম্বৰ, দেওবাৰ। আজি বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ কোনো পৰিৱৰ্তন দেখা নাই। দেশৰ বজাৰত আজিৰ দিনটোত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,২৫,০৮০ টকা। একেদৰে ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,১৪,৬৫০ টকা। ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৯৩,৮১০ টকা।

আজি ১৬ নৱেম্বৰ, দেওবাৰ। আজি বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ কোনো পৰিৱৰ্তন দেখা নাই। দেশৰ বজাৰত আজিৰ দিনটোত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,২৫,০৮০ টকা। একেদৰে ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,১৪,৬৫০ টকা। ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৯৩,৮১০ টকা।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, গুৱাহাটীত ২৪ কেৰেট সোণৰ ১ গ্ৰামৰ মূল্য ১২,৫০৮ টকা। একেদৰে ১০ গ্ৰামৰ মূল্য ১,২৫,০৮০ টকা।

3 / 5

২২ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১১,৪৬৫ টকা হোৱাৰ বিপৰীতে ১০ গ্ৰাম সোণৰ মূল্য হৈছে ১,১৪,৬৫০ টকা।

4 / 5

ইফালে, গুৱাহাটীত ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য আজিৰ দিনটোত ৯,৩৮১ টকা। ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৯৩,৮১০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্যও বিশেষ পৰিৱৰ্তন হোৱা দেখা নাই। প্ৰতিগ্ৰাম ৰূপৰ মূল্য হৈছে ১৬৯ টকা। প্ৰতি কেজি ৰূপৰ দাম হৈছে ১,৬৯,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...