পুনৰ গুৱাহাটীত বৃদ্ধি পালে সোণৰ মূল্য... | Gold Price Today in Guwahati, Check rate in Assamese Assam news - Assam Tv9

পুনৰ গুৱাহাটীত বৃদ্ধি পালে সোণৰ মূল্য…

Published: 

17 Jul 2025 | 11:23 AM

আজিৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৯৩৩ টকা। পূৰ্বৰ তুলনাত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৫ টকা বৃদ্ধি পোৱা দেখা গৈছে। চাওঁ আহক আজিৰ দিনটোৰ সোণ-মূল্য কিমান?

1 / 5আজিৰ দিনটোত পুনৰ বৃদ্ধি পালে সোণৰ মূল্য। আজিৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৯৩৩ টকা। পূৰ্বৰ তুলনাত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৫ টকা বৃদ্ধি পোৱা দেখা গৈছে।

আজিৰ দিনটোত পুনৰ বৃদ্ধি পালে সোণৰ মূল্য। আজিৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৯৩৩ টকা। পূৰ্বৰ তুলনাত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৫ টকা বৃদ্ধি পোৱা দেখা গৈছে।

2 / 5

একেদৰে আজিৰ দিনটোত ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,১০৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৪৫০ টকা হোৱা দেখা গৈছে।

3 / 5

গুড ৰিৰ্টানছৰ তথ্য অনুসৰি, আজিৰ দিনটোত দিল্লীত ২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৪৮০ টকা। পূৰ্বৰ তুলনাত প্ৰতি ১০ গ্ৰামত ৫০ টকা বৃদ্ধি পোৱা দেখা গৈছে। একেদৰে দিল্লীত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯১,১৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৪,৫৮০ টকা হোৱা দেখা গৈছে।

4 / 5

ইফালে আজি গুৱাহাটীত ২২ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯১,০৫০ টকা। একেদৰে গুৱাহাটীত ১৮ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৭৪,৫০০ টকা। ইফালে,২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৩৩০ টকা হোৱা দেখা গৈছে।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১১৪ টকা হোৱাৰ বিপৰীতে প্ৰতিকেজি ৰূপৰ মূল্য ১,১৪,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...