Gold price today: পুনৰ হ্ৰাস পালে দাম! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক... | gold price today in guwahati assam 19th august price gold silver in details Assam news - Assam Tv9

Gold price today: পুনৰ হ্ৰাস পালে দাম! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Updated On: 

19 Aug 2025 | 10:21 AM

Daily Gold Price: প্ৰতিদিনে সোণৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। আপুনি আজি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে ইয়াৰ বিষয়ে জানি লওক।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। গতিকে আপুনিও যদি বজাৰলৈ গৈ সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজিৰ দিনটোত গুৱাহাটীত সামান্য পৰিমাণে দাম হ্ৰাস হৈছে।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। গতিকে আপুনিও যদি বজাৰলৈ গৈ সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজিৰ দিনটোত গুৱাহাটীত সামান্য পৰিমাণে দাম হ্ৰাস হৈছে।

2 / 5

আজি ১৯ আগষ্টত গুৱাহাটীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,১১৭ টকা। আনহাতে ১০ গ্ৰামৰ দাম ১,০১,১৭০ টকা। কালি ইয়াৰ দাম আছিল ১,০১,১৮০ টকা।

3 / 5

আজি গুৱাহাটীত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,২৭৪ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ৯২,৭৪০ টকা। ইয়াৰ পৰিমাণ কালি আছিল ৯২,৭৫০ টকা।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৭,৫৮৮ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ৭৫,৮৮০ টকা। কালি ইয়াৰ মূল্য আছিল ৭৫,৮৯০ টকা।

5 / 5

আজিৰ দিনটোত গুৱাহাটীত ৰূপৰ মূল্য ১ গ্ৰামত ১১৭.১০ টকা। আনহাতে ১ কেজি ৰূপৰ মূল্য ১,১৭,১০০ টকা। কালি ১ কেজিৰ দাম আছিল ১,১৭,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...