Gold price today: হ্ৰাস নে বৃদ্ধি? আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান? জানক সকলো... | Gold Price today in Guwahati 30th September silver price see all in details assamese Assam news - Assam Tv9

Gold price today: হ্ৰাস নে বৃদ্ধি? আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান? জানক সকলো…

Published: 

30 Sep 2025 | 09:15 AM

Gold Price Today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। আজি ৰূপৰ মূল্য কিছু বৃদ্ধি পাইছে। গতিকে পূজাৰ বতৰত আপুনিও যদি আপোনজনক সোণ-ৰূপৰ অলংকাৰ দিয়াৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

1 / 5বৰ্তমান উৎসৱৰ বতৰ। এই সময়চোৱাত বহুতে আপোনজনক সোণ-ৰূপৰ অলংকাৰ দিব বিচাৰে। যদি আপুনিও দিব বিচাৰে তেন্তে ইয়াৰ দাম জানি লওক। কাৰণ প্ৰতিদিনেই সোণ-ৰূপৰ মূল্য কম বেছি হৈ থাকে।

বৰ্তমান উৎসৱৰ বতৰ। এই সময়চোৱাত বহুতে আপোনজনক সোণ-ৰূপৰ অলংকাৰ দিব বিচাৰে। যদি আপুনিও দিব বিচাৰে তেন্তে ইয়াৰ দাম জানি লওক। কাৰণ প্ৰতিদিনেই সোণ-ৰূপৰ মূল্য কম বেছি হৈ থাকে।

2 / 5

আজি ৩০ ছেপ্টেম্বৰ। আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৬৮৯ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,১৬,৮৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৬,৮৯০ টকা।

3 / 5

আজিৰ দিনটোত গুৱাহাটীত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৭১৫ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,০৭,১৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০৭,১৫০ টকা।

4 / 5

আজিৰ দিনটোত বজাৰত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৭৬৭ টকা। আনহাতে ১০ গ্ৰামৰ মূল্য ৮৭,৬৭০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৮৭,৬৭০ টকা।

5 / 5

আজি বৃদ্ধি পাইছে ৰূপৰ দাম। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৫০.১০ টকা। ১ কিলো ৰূপৰ মূল্য ১,৫০,১০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৫০,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...