Gold price today: বিজয়া দশমীৰ দিনটোত কিমান মূল্যত বিক্ৰী হৈছে সোণ-ৰূপ, জানক সকলো... | Gold price today in Guwahati 2nd October silver price Know all details in assamese Assam news - Assam Tv9

Gold price today: বিজয়া দশমীৰ দিনটোত কিমান মূল্যত বিক্ৰী হৈছে সোণ-ৰূপ, জানক সকলো…

Published: 

02 Oct 2025 | 09:10 AM

Gold Price Today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থকা দেখিবলৈ পোৱা যায়। আজি বিজয়া দশমীৰ দিনা বজাৰত সোণৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে। আনহাতে হ্ৰাস পাইছে ৰূপৰ দাম।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজি বিজয়া দশমী। এই দিনটোত বহুতে সোণ-ৰূপৰ অলংকাৰ ক্ৰয় কৰা দেখা যায়। এনে অৱস্থাত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজি বিজয়া দশমী। এই দিনটোত বহুতে সোণ-ৰূপৰ অলংকাৰ ক্ৰয় কৰা দেখা যায়। এনে অৱস্থাত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে।

2 / 5

আজি ২ অক্টোবৰ, বৃস্পতিবাৰে। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৯২৫ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,২৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৯,২৪০ টকা।

3 / 5

আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৯৩১ টকা। ইফালে ১০ গ্ৰাম সোণৰ মূল্য ১,০৯,৩১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০৯,৩০০ টকা। গতিকে কালিৰ তুলনাত কিছু পৰিমাণে দাম বৃদ্ধি পাইছে।

4 / 5

আজি বিজয়া দশমীৰ দিনা গুৱাহাটীত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৯৪১ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ৮৯,৪১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৮৯,৪০০ টকা।

5 / 5

অৱশ্যে আজিৰ দিনটোত ৰূপৰ দাম সামান্য পৰিমাণে হ্ৰাস পাইছে। আজিৰ দিনটোত ১ গ্ৰাম ৰূপৰ মূল্য ১৫০.৯০ টকা। ১ কিলো ৰূপৰ মূল্য ১,৫০,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৫১,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...