Gold Price Today: বৃদ্ধি পালে নে হ্ৰাস? আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold Price Today In Guwahati 25th December Silver Price See All Details In Assamese Assam news - Assam Tv9

Gold Price Today: বৃদ্ধি পালে নে হ্ৰাস? আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Updated On: 

30 Dec 2025 | 09:40 AM

Gold Price Today: আজি পুনৰ সাল-সলনি হৈছে সোণ-ৰূপৰ মূল্যত। আজি সমগ্ৰ বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বৰদিন পালন কৰিছে। এই দিনটোতে সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি হৈছে। গতিকে ইয়াৰ দাম জনা দৰকাৰ।

1 / 5প্ৰতিদিনৰ দৰে আজিও বজাৰত সোণ-ৰূপৰ মূল্যত পৰিৱৰ্তন হৈছে। আজি ২৫ ডিচেম্বৰ। আজি সমগ্ৰ বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বৰদিন পালন কৰিছে। এই দিনটোতে আজি সোণৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। গতিকে অলংকাৰ ক্ৰয় কৰাৰ আগত ইয়াৰ দাম জানি লওক।

প্ৰতিদিনৰ দৰে আজিও বজাৰত সোণ-ৰূপৰ মূল্যত পৰিৱৰ্তন হৈছে। আজি ২৫ ডিচেম্বৰ। আজি সমগ্ৰ বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বৰদিন পালন কৰিছে। এই দিনটোতে আজি সোণৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। গতিকে অলংকাৰ ক্ৰয় কৰাৰ আগত ইয়াৰ দাম জানি লওক।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,৮৯৪ টকা। ১০ গ্ৰামৰ মূল্য ১,৩৪,৯৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩৮,৯৩০ টকা। আজি ১০০ গ্ৰাম সোণৰ মূল্য ১৩,৮৯,৪০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৩,৮৯,৩০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৭৩৬ টকা। ১০ গ্ৰামৰ মূল্য ১,২৭,৩৬০ টকা, কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৭,৩৫০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১২,৭৩,৬০০ টকা।

4 / 5

আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৪২১ টকা। ১০ গ্ৰামৰ মূল্য ১,০৪,২১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০৪,২০০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১০,৪২,১০০ টকা।

5 / 5

আজি ১ গ্ৰাম ৰূপৰ মূল্য ২৩৩.১০ টকা। ১০ গ্ৰামৰ মূল্য ২,৩৩১ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২,৩৩০ টকা। আজি ১০০ গ্ৰামৰ মূল্য ২৩,৩১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২৩,৩০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...