Gold Price Today: পুনৰ পালে হ্ৰাস! আজিৰ দিনটোত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য... | Gold price today in guwahati 21th October silver price know all details in assamese Assam news - Assam Tv9

Gold Price Today: পুনৰ পালে হ্ৰাস! আজিৰ দিনটোত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য…

Published: 

21 Oct 2025 | 09:03 AM

Gold Price Today: প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত কিছু পৰিমাণে হ্ৰাস পাইছে দাম। কালিৰ তুলনাত আজি সোণ-ৰূপৰ মূল্যৰ মাজত পাৰ্থক্য দেখা গৈছে।

1 / 5সমগ্ৰ দেশত এতিয়া আনন্দৰ পৰিৱেশ। সকলোৱে পালন কৰিছে পোহৰৰ উৎসৱ দেৱালী। ইয়াৰ মাজতে আজি কিছু পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। আজি বজাৰত কিমান টকাত সোণ-ৰূপ বিক্ৰী হৈছে, সেই সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হ'ল।

সমগ্ৰ দেশত এতিয়া আনন্দৰ পৰিৱেশ। সকলোৱে পালন কৰিছে পোহৰৰ উৎসৱ দেৱালী। ইয়াৰ মাজতে আজি কিছু পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। আজি বজাৰত কিমান টকাত সোণ-ৰূপ বিক্ৰী হৈছে, সেই সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হ'ল।

2 / 5

আজি ২১ অক্টোবৰ, ২০২৫। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,০৬৮ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,৩০,৬৮০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,৩০.৬৯০ টকা।

3 / 5

আজিৰ দিনটোত বজাৰত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৯৭৯ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,৭৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৯,৮০০ টকা।

4 / 5

আজি বজাৰত ১৮ কেৰেট সোণৰ মূল্যও হ্ৰাস পাইছে। আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৮০১ টকা। আনহাতে ১০ গ্ৰামৰ মূল্য ৯৮,০১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৮,০২০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্যও হ্ৰাস পাইছে। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৭১.৯০ টকা। আনহাতে ১০০ গ্ৰাম ৰূপৰ মূল্য ১৭,১৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৭,২০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...