Gold Price Today: দেৱালীৰ দিনটোত হ্ৰাস পালে দাম! আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold price today in guwahati 20th October silver price see all details in assamese Assam news - Assam Tv9

Gold Price Today: দেৱালীৰ দিনটোত হ্ৰাস পালে দাম! আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

20 Oct 2025 | 09:08 AM

Gold Price Today: আজি দেৱালীৰ দিনটোত বজাৰত হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে আপুনিও যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে এয়া আপোনাৰ বাবে এক ভাল সুযোগ হোৱাৰ সম্ভাৱনাৱ আছে।

1 / 5আজি ২০ অক্টোবৰ, ২০২৫।  সমূহ দেশবাসীয়ে পালন কৰিব পোহৰৰ উৎসৱ দেৱালী। প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত সামান্য পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান জানো আহক।

আজি ২০ অক্টোবৰ, ২০২৫। সমূহ দেশবাসীয়ে পালন কৰিব পোহৰৰ উৎসৱ দেৱালী। প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত সামান্য পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান জানো আহক।

2 / 5

আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,০৮৫ টকা, আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,৩০,৮৫০ টকা। কালিৰ দিনটোত ইয়াৰ দাম আছিল ১,৩০,৮৬০ টকা।

3 / 5

আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৯৯৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,৯৪০ টকা। কালিৰ দিনটোত ১০ গ্ৰাম সোণৰ মূল্য আছিল ১,১৯,৯৫০ টকা।

4 / 5

আজিৰ দিনটোত বজাৰত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৮১৩ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯৮,১৩০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৮,১৪০ টকা।

5 / 5

আজিৰ দিনটোত ১ গ্ৰাম ৰূপৰ মূল্য ১৭১.৯০ টকা। ইফালে ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,৭১,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৭২,০০০ টকা। গুণ ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...