হ্ৰাস পালে! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক... | gold price today in guwahati 12th august gold price assam Assam news - Assam Tv9

হ্ৰাস পালে! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

12 Aug 2025 | 08:47 AM

Gold price Today: প্ৰতিদিনেই সোণ-ৰূপৰ দাম হ্ৰাস বৃদ্ধি হৈ থাকে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ। আজিৰ দিনটোত সোণৰ দাম কালিৰ তুলনাত সামান্য পৰিমাণে হ্ৰাস পাইছে।

1 / 5আপুনিও সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে দোকানলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা আৱশ্যক। কিয়নো প্ৰতিদিনেই সোণ-ৰূপৰ দামৰ সাল-সলনি হৈ থাকে।

আপুনিও সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে দোকানলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা আৱশ্যক। কিয়নো প্ৰতিদিনেই সোণ-ৰূপৰ দামৰ সাল-সলনি হৈ থাকে।

2 / 5

আজি ১২ আগষ্টত গুৱাহাটী মহানগৰীত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৩৭৪ টকা। কালি ইয়াৰ পৰিমাণ আছিল ৯,৩৭৫ টকা। গতিকে কালিৰ তুলনাত অতি সামান্য পৰিমাণে দাম হ্ৰাস পোৱা বুলিব পাৰি।

3 / 5

ইয়াৰোপৰি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য আজি ৯৩,৭৪০ টকা। কালিৰ দিনটোত ইয়াৰ দাম আছিল ৯৩,৭৫০ টকা। ইয়াৰ লগতে ১০০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৯,৩৭,৪০০ টকা।

4 / 5

২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য আজি গুৱাহাটীত ১,০২,২৭০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,০২,২৮০ টকা। ইয়াৰ লগতে ১ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য আজি ১০,২২৭ টকা, কালি ইয়াৰ পৰিমাণ আছিল ১০,২২৮ টকা।

5 / 5

আজিৰ দিনটোত গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১১৬.৯০ টক। ইয়াৰ বিপৰীতে ১ কেজি ৰূপৰ দাম ১,১৬,৯০০ টকা। কালিৰ তুলনাত চাব গলে আজিৰ দিনটোত কেজি হিচাপত -১০০টকা হ্ৰাস পাইছে ৰূপৰ মূল্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...