দুৰ্গা পূজাৰ পূৰ্বে দাম বৃদ্ধি! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক... | gold price today in guwahati 11 September silver price see all details in assamese Assam news - Assam Tv9

দুৰ্গা পূজাৰ পূৰ্বে দাম বৃদ্ধি! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

11 Sep 2025 | 09:06 AM

Gold price today: আজি আপুনি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে জানি লওক ইয়াৰ দাম। কিয়নো আজি সোণৰ মূল্য বৃদ্ধি হোৱাৰ বিপৰীতে ৰূপৰ মূল্য হ্ৰাস পাইছে।

1 / 5সমাগত দুৰ্গা পূজা। তাৰ পূৰ্বে বৃদ্ধি পাইছে সোণৰ দাম। আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্যত কিছু সাল-সলনি হোৱা দেখা গৈছে। আপুনিও যদি আজি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

সমাগত দুৰ্গা পূজা। তাৰ পূৰ্বে বৃদ্ধি পাইছে সোণৰ দাম। আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্যত কিছু সাল-সলনি হোৱা দেখা গৈছে। আপুনিও যদি আজি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

2 / 5

আজি ১১ ছেপ্টেম্বৰ, ২০২৫। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,০৫২ টকা। লগতে ১০ গ্ৰাম সোণৰ মূল্য ১,১০,৫১৯ টকা। কালিৰ দিনটোত ইয়াৰ দাম আছিল ১,১০,৫০৯ টকা।

3 / 5

আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,১৩১ টকা। লগতে ১০ গ্ৰাম সোণৰ মূল্য ১,০১,৩১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০১,৩০০ টকা।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,২৮৯ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ৮২,৮৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৮২,৮৮০ টকা।

5 / 5

অৱশ্যে আজি ৰূপৰ দাম কিছু পৰিমাণে হ্ৰাস পাইছে আজি ১০ গ্ৰাম ৰূপৰ দাম ১,২৯৯ টকা। আনহাতে ১ কেজিৰ দাম ১,২৯,৯০০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,৩০,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...