আজি গুৱাহাটী সোণ-ৰূপৰ মূল্য কিমান ? চাওক | Gold Price Today Guwahati: Gold and Silver Rates on December 28 Assam news - Assam Tv9

আজি গুৱাহাটী সোণ-ৰূপৰ মূল্য কিমান ? চাওক

Updated On: 

28 Dec 2025 | 10:23 AM

দেখা যায় যে, যোৱা দিন কেইটাত সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছিল যদিও আজিৰ দিনটো কোনো পৰিৱৰ্তন দেখা নাই। গুৱাহাটীত আজি ইয়াৰ দৰ কিমান ? চাওঁ আহক।

1 / 5আজি ২৮ ডিচেম্বৰ, দেওবাৰ। আজি এই বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত  ১,৪১,২২০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৯,৪৫০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৫,৯২০ টকা।

আজি ২৮ ডিচেম্বৰ, দেওবাৰ। আজি এই বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪১,২২০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৯,৪৫০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৫,৯২০ টকা।

2 / 5

আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম সোণৰ মূল্য ১৪,১২২ টকা। ইয়াডৰ সমান্তৰালভাৱে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে ১,৪১,২২০ টকা।

3 / 5

২২ কেৰেট সোণৰ মূল্য যদি চোৱা যায়,প্ৰতি গ্ৰামৰ মূল্য ১২,৯৪৫ টকা হোৱাৰ বিপৰীতে ১০ গ্ৰামৰ মূল্য হৈছে ১,২৯,৪৫০ টকা।

4 / 5

ইফালে, ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত হৈছে ১০,৫৯২ টকা। একে সময়তে ১০ গ্ৰামৰ মূল্য হৈছে ১,০৫,৯২০ টকা। য'ত দেশৰ বজাৰ সৈতে ইয়াৰ মূল্যত কোনো প্ৰাৰ্থক্য দেখা নাই।

5 / 5

ৰূপৰ মূল্য যদি চোৱা যায়, প্ৰতি ১০০ গ্ৰামত ২৫,১০০ টকা । ইফালে প্ৰতি কেজি ৰূপৰ মূল্য হৈছে ২,৫১,০০০ টকা। দেখা যায় যে, যোৱা দিন কেইটাত সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছিল যদিও আজিৰ দিনটো কোনো পৰিৱৰ্তন দেখা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...