আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান? জানক | Gold Price Today August 31, 2025 : Check 24K, 22K, 18K Rates and Silver Price Assam news - Assam Tv9

আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান? জানক

Published: 

31 Aug 2025 09:54 AM

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা যায়। আজিৰ দিনটোত দিল্লীৰ লগতে গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান ? চাওঁ আহক।

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৪৯৫ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৬২০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৮৭১ টকা।

আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৪৯৫ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৬২০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৮৭১ টকা।

2 / 5

গুড ৰিটাৰ্ণছৰ মতে, আজি দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৫,১০০ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৬,৩৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৮,৮৪০ টকা।

3 / 5

আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৪৯৫ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৬২০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৮৭১ টকা।

4 / 5

একেদৰে গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৪,৯৫০ টকা। ইফালে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৬,২০০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৮,৭১০ টকা।

5 / 5

আজিৰ দিনটোত প্ৰতিগ্ৰাম ৰূপৰ মূল্য ১২১ টকা হোৱাৰ বিপৰীতে প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১,২১,০০০ টকা।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...