Gold Price: পুনৰ দাম বৃদ্ধি! গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold Price Today 9th October silver price all details know in assamese Assam news - Assam Tv9

Gold Price: পুনৰ দাম বৃদ্ধি! গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

09 Oct 2025 | 09:20 AM

Gold Price Today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য কম-বেছি হৈ থাকে। উৎসৱৰ এই সময়চোৱাত ৰাজ্যত প্ৰায় প্ৰতিদিনে সোণ-ৰূপৰ মূল্যত সাল-সলনি হোৱা দেখা গৈছে।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্যত হ্ৰাস বৃদ্ধি হৈ থাকে। বৰ্তমান উৎসৱৰ সময়। এনে অৱস্থাত প্ৰায় প্ৰতিদিনে সোণ-ৰূপৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। আজিৰ দিনটোত সোণ আৰু ৰূপ দুয়োটাৰে মূল্য বৃদ্ধি হোৱা দেখা গৈছে।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্যত হ্ৰাস বৃদ্ধি হৈ থাকে। বৰ্তমান উৎসৱৰ সময়। এনে অৱস্থাত প্ৰায় প্ৰতিদিনে সোণ-ৰূপৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। আজিৰ দিনটোত সোণ আৰু ৰূপ দুয়োটাৰে মূল্য বৃদ্ধি হোৱা দেখা গৈছে।

2 / 5

আজি ৯ অক্টোবৰ, ২০২৫। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৩৯৪ টকা, আৰু ১০ গ্ৰাম সোণৰ মূল্য ১,২৩,৯৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৩,৯৩০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৩৬১ টকা। লগতে ১০ গ্ৰাম সোণৰ মূল্য ১,১৩,৬১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৩,৬০০ টকা। গতিকে কিছু পৰিমাণে বৃদ্ধি পাইছে সোণৰ মূল্য।

4 / 5

সমান্তৰালকৈ আজি ১৮ কেৰেট সোণৰ মূল্যও বৃদ্ধি হোৱা দেখা গৈছে। আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,২৯৬ টকা। ১০ গ্ৰামৰ মূল্য ৯২,৯৬০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯২,৯৫০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্যও বৃদ্ধি পোৱা দেখা গৈছে। আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৬০.১০ টকা। ১ কিলো ৰূপৰ মূল্য ১,৬০,১০০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,৬০,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...