Gold Price Today: প্ৰতি গ্ৰামত কিমান কমিল দাম? আজি গুৱাহাটীত সোণ-ৰূপৰ মূল্য জানক... | Gold Price Today 9th December 2025 Silver Price In Assam All Details In Assamese Assam news - Assam Tv9

Gold Price Today: প্ৰতি গ্ৰামত কিমান কমিল দাম? আজি গুৱাহাটীত সোণ-ৰূপৰ মূল্য জানক…

Published: 

09 Dec 2025 | 10:22 AM

Gold Price Today: বজাৰত প্ৰতিদিনে সোণ-ৰূপৰ মূল্যৰ পৰিৱৰ্তন হয়। আজিৰ দিনটোত সোণৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য বৃদ্ধি পাইছে। গতিকে বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা দৰকাৰ।

1 / 5প্ৰতিটো দিনৰ দৰে আজিও সোণ-ৰূপৰ মূল্যৰ পৰিৱৰ্তন হৈছে। আজি ৯ ডিচেম্বৰ, ২০২৫ ত সোণৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য বৃদ্ধি পাইছে। গতিকে বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ বিষয়ে জনা দৰকাৰ।

প্ৰতিটো দিনৰ দৰে আজিও সোণ-ৰূপৰ মূল্যৰ পৰিৱৰ্তন হৈছে। আজি ৯ ডিচেম্বৰ, ২০২৫ ত সোণৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য বৃদ্ধি পাইছে। গতিকে বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ বিষয়ে জনা দৰকাৰ।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,০০৯ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,৩০,০৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩০,৪২০ টকা। আজি ১০০ গ্ৰাম সোণৰ মূল্য ১৩,০০,৯০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৯২৫ টকা। আজি ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,২৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৯,৫০০ টকা। আজি ১০০ গ্ৰাম সোণৰ মূল্য ১১,৯২,৫০০ টকা।

4 / 5

আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৭৫৭ টকা। আজিৰ দিনটোত ১০ গ্ৰাম সোণৰ মূল্য ৯৭,৫৭০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৭,৮২০ টকা। আজি ১০০ গ্ৰাম সোণৰ মূল্য ৯,৭৫,৭০০ টকা।

5 / 5

ইফালে আজি সামান্য পৰিমাণে ৰূপৰ মূল্য বৃদ্ধি পাইছে। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৯০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১৯,০০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৮,৯০০ টকা। ১০০০ গ্ৰামৰ মূল্য ১,৯০,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...