Gold price today: হ্ৰাস পালে দাম! সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে চাই লওক আজিৰ মূল্য... | gold price today 9 September in guwahati silver price today see in details Assam news - Assam Tv9

Gold price today: হ্ৰাস পালে দাম! সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে চাই লওক আজিৰ মূল্য…

Published: 

09 Sep 2025 | 09:15 AM

Gold price today: আপুনিও সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? আজিৰ দিনটোত সামান্য পৰিমাণে সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পাইছে।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্য বেলেগ বেলেগ হয়। আজিৰ দিনটোত কিছু পৰিমাণে এই মূল্য হ্ৰাস পাইছে। যদি আপুনিও নিজৰ বাবে বা আপোনজনৰ বাবে সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দামৰ বিষয়ে জানি লওক।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য বেলেগ বেলেগ হয়। আজিৰ দিনটোত কিছু পৰিমাণে এই মূল্য হ্ৰাস পাইছে। যদি আপুনিও নিজৰ বাবে বা আপোনজনৰ বাবে সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দামৰ বিষয়ে জানি লওক।

2 / 5

আজি ৯ ছেপ্টেম্বৰ,২০২৫। আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট এক গ্ৰাম সোণৰ মূল্য ১০,৮৩৭ টকা। ইয়াৰ লগতে ১০ গ্ৰামৰ মূল্য ১,০৮,৩৭০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০৮,৩৮০ টকা।

3 / 5

আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৯৩৪ টকা। ইয়াৰ লগতে ১০ গ্ৰামৰ মূল্য ৯৯,৩৪০ টকা। ইয়াৰ বিপৰীতে কালি ইয়াৰ দাম আছিল ৯৯,৩৫০ টকা।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,১২৮ টকা। ইয়াৰ লগতে ১০ গ্ৰাম সোণৰ মূল্য ৮১,২৮০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৮১,২৯০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্যও হ্ৰাস পাইছে। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১২৬.৯০ টকা। ইয়াৰ বিপৰীতে ১ কেজি ৰূপৰ মূল্য ১,২৬,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৭,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...