Gold price today: কিমান কমিল দাম? প্ৰতিগ্ৰামত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য... | Gold Price Today 8th December 2025 Silver Price In Guwahati See details in Assamese Assam news - Assam Tv9

Gold price today: কিমান কমিল দাম? প্ৰতিগ্ৰামত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য…

Published: 

08 Dec 2025 | 09:32 AM

Gold Price Today: প্ৰতিদিনৰ দৰে আজিও সোণ আৰু ৰূপৰ মূল্যত পৰিৱৰ্তন দেখা গৈছে। আজি হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

1 / 5আজি ৮ডিচেম্বৰ, ২০২৫। প্ৰতিদিনৰ দৰে আজিৰ দিনটোতো সোণ-ৰূপৰ মূল্যত কিছু সাল-সলনি হৈছে। আজি হ্ৰাস পাইছে সোণৰ দাম। গতিকে আপুনি যদি আজি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

আজি ৮ডিচেম্বৰ, ২০২৫। প্ৰতিদিনৰ দৰে আজিৰ দিনটোতো সোণ-ৰূপৰ মূল্যত কিছু সাল-সলনি হৈছে। আজি হ্ৰাস পাইছে সোণৰ দাম। গতিকে আপুনি যদি আজি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,০১৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,৩০,১৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩০,১৫০ টকা। আজি ১০০ গ্ৰাম সোণৰ মূল্য ১৩,০১,৪০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৯২৯ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,২৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৯,৩০০ টকা। আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ১১,৯২,৯০০ টকা।

4 / 5

আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৭৬০ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯৭,৬০০ টকা। কালিৰ দিনটোত ইয়াৰ মূল্য আছিল ৯৭,৬১০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ৯,৭৬,০০০ টকা।

5 / 5

আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৮৯.৯০ টকা। ১০ গ্ৰাম ৰূপৰ মূল্য ১,৮৯৯ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৯০০ টকা। আজি ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,৮৯,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...