Gold price today: হ্ৰাস নে বৃদ্ধি? গুৱাহাটীৰ বজাৰত আজি প্ৰতি গ্ৰাম সোণ-ৰূপৰ মূল্য কিমান? জানক... | Gold Price Today 6th January 2026 Silver Price Tuesday In Guwahati In Details Assamese Assam news - Assam Tv9

Gold price today: হ্ৰাস নে বৃদ্ধি? গুৱাহাটীৰ বজাৰত আজি প্ৰতি গ্ৰাম সোণ-ৰূপৰ মূল্য কিমান? জানক…

Updated On: 

06 Jan 2026 | 11:17 AM

Gold Price Today: প্ৰতিটো দিনৰ দৰে আজি সোণ-ৰূপৰ মূল্যত কিছু পৰিবৰ্তন হৈছে। কালিৰ তুলনাত আজি কিছু দাম বৃদ্ধি হোৱা দেখা যায়। গতিকে আপুনি যদি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে দাম জনা দৰকাৰ।

1 / 5আজি ৬ জানুৱাৰী, ২০২৬। প্ৰতিদিনৰ দৰে আজিও সোণ আৰু ৰূপৰ মূল্য পৰিবৰ্তন হোৱা দেখা যায়। কিছু পৰিমাণে আজি এই মূল্য বৃদ্ধি হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, সঘনাই এই মূল্য উঠা নমা হৈ থাকে।

আজি ৬ জানুৱাৰী, ২০২৬। প্ৰতিদিনৰ দৰে আজিও সোণ আৰু ৰূপৰ মূল্য পৰিবৰ্তন হোৱা দেখা যায়। কিছু পৰিমাণে আজি এই মূল্য বৃদ্ধি হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, সঘনাই এই মূল্য উঠা নমা হৈ থাকে।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,৮৮২ টকা। ১০ গ্ৰামৰ মূল্য ১,৩৮,৮২০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩৮,২২০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১৩,৮৮,২০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৩,৮২,২০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৭২৫ টকা। ১০ গ্ৰামৰ মূল্য ১,২৭,২৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৬,৭০০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১২,৭২,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ ১২,৬৭,০০০ টকা।

4 / 5

১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৪১২ টকা। ১০ গ্ৰামৰ মূল্য ১,০৪,১২০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০৩,৬৭০ টকা। আজি ১০০ গ্ৰাম সোণৰ মূল্য ১০,৪১,২০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১০,৩৬,৬৭০ টকা।

5 / 5

আজি ১ গ্ৰাম ৰূপৰ মূল্য ২৫৩ টকা। ১০ গ্ৰামৰ মূল্য ২,৫৩০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২,৪৮০ টকা। আজি ১০০ গ্ৰাম ৰূপৰ মূল্য ২৫,৩০০ টকা। ১০০০ গ্ৰামৰ মূল্য ২,৫৩,০০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২,৪৮,০০০ টকা।

আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?