Gold Price Today: পুনৰ কমিল দাম! গুৱাহাটীৰ বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য... | Gold Price Today 5th December in Guwahati Silver Price all details in assamese Assam news - Assam Tv9

Gold Price Today: পুনৰ কমিল দাম! গুৱাহাটীৰ বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য…

Published: 

05 Dec 2025 | 09:24 AM

Gold Price today: আজি আপুনি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য সাল-সলনি হৈ থাকে।

1 / 5পুনৰ হ্ৰাস পাইছে সোণৰ দাম। আজি ৫ ডিচেম্বৰত গুড ৰিটাৰ্ণে প্ৰকাশ কৰা তথ্য অনুসৰি সোণ আৰু ৰূপৰ দাম পুনৰ সাল-সলনি হৈছে। ইয়াৰ মূল্য কালিৰ তুলনাত হ্ৰাস পাইছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

পুনৰ হ্ৰাস পাইছে সোণৰ দাম। আজি ৫ ডিচেম্বৰত গুড ৰিটাৰ্ণে প্ৰকাশ কৰা তথ্য অনুসৰি সোণ আৰু ৰূপৰ দাম পুনৰ সাল-সলনি হৈছে। ইয়াৰ মূল্য কালিৰ তুলনাত হ্ৰাস পাইছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৯৬৫ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,২৯,৬৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৯,৬৬০ টকা। আজি ১০০ গ্ৰাম সোণৰ মূল্য ১২,৯৬,৫০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১, ৮৮৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১৮,৮৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৮,৮৫০ টকা। আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ১১,৮৮,৪০০ টকা।

4 / 5

আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৭২৩ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯৭,২৩০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৭,২৪০ টকা। আনহাতে আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ৯,৭২,৩০০ টকা।

5 / 5

আজি ৰূপৰ দামো হ্ৰাস পোৱা দেখা গৈছে। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৯০.৯০ টকা। ১০০ গ্ৰামৰ মূল্য ১৯,০৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৯,১০০ টকা। আনহাতে আজি ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,৯০,৯০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...