Gold and Silver Price: হ্ৰাস নে বৃদ্ধি? বৰ্তমান কিমান হৈছে সোণ-ৰূপৰ মূল্য জানো আহক | Gold Price Today 4th December 2025 Check son rate in Assam Guwahati Assam news - Assam Tv9

Gold and Silver Price: হ্ৰাস নে বৃদ্ধি? বৰ্তমান কিমান হৈছে সোণ-ৰূপৰ মূল্য জানো আহক

Published: 

04 Dec 2025 09:50 AM

Gold and Silver Price Today in India: আজি ৪ ডিচেম্বৰ, বৃহস্পতিবাৰ। সোণ আৰু ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। কেতিয়াবা দাম কমি যায়, কেতিয়াবা বাঢ়ি যায়। আজি গুৱাহাটীত সোণ ৰূপৰ মূল্য কিমান হৈছে জানো আহক।

1 / 5সোণ আৰু ৰূপৰ মূল্য অহৰহ পৰিৱৰ্তিত হৈ আছে। আজিকালি উৰ্ধমুখী ধাৰা দেখা গৈছে যদিও মাজে মাজে হ্ৰাস পোৱাও দেখা যায়। ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱালৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৮,২১৪ টকালৈ বৃদ্ধি পাইছে। ৰূপৰ মূল্যও বৃদ্ধি পাই প্ৰতি কেজিত ১,৭৮,১৯০ টকা হয়।

সোণ আৰু ৰূপৰ মূল্য অহৰহ পৰিৱৰ্তিত হৈ আছে। আজিকালি উৰ্ধমুখী ধাৰা দেখা গৈছে যদিও মাজে মাজে হ্ৰাস পোৱাও দেখা যায়। ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱালৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৮,২১৪ টকালৈ বৃদ্ধি পাইছে। ৰূপৰ মূল্যও বৃদ্ধি পাই প্ৰতি কেজিত ১,৭৮,১৯০ টকা হয়।

2 / 5

ইফালে অল ইণ্ডিয়া চাৰাফা এছ’চিয়েশ্যনৰ তথ্য অনুসৰি দিল্লীৰ বুলিয়নৰ বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩২,২০০টকালৈ বৃদ্ধি পাইছে। কিন্তু ৰূপৰ মূল্য হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ১,৮০,৯০০ টকা (সকলো কৰকে ধৰি) হয়।

3 / 5

আন্তঃৰাষ্ট্ৰীয় বজাৰত স্পট গোল্ডৰ মূল্য প্ৰতি আউন্সত ৪,২০৭.৬৭ ডলাৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপৰ মূল্য ৫৮.৪৭ ডলাৰলৈ বৃদ্ধি পাইছে। ফ্যুচাৰ ট্ৰেডিঙত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১,৮৪,৭২৭ টকালৈ অভিলেখ সৃষ্টি কৰাৰ বিপৰীতে সোণৰ মূল্য ১,৩০,৭৬৬ টকা প্ৰতি কিলোগ্ৰামত উপনীত হয়।

4 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১৩,০৩৬ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১১,৯৫০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৯,৭৭৮ টকা।

5 / 5

Silver Price

গুপ্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? জানক ঘৰতে কেনেকৈ দূৰ কৰিব এই সমস্যা
মাহেকীয়াৰ পূৰ্বে পেট ফুলা যেন অনুভৱ হয় নেকি? জানক কেনেকৈ দূৰ কৰিব এই সমসা
দৈনিক বিটৰ ৰস কিয় খাব লাগে? ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা ওজন নিয়ন্ত্ৰণলৈকে ইয়াৰ উপকাৰিতা জানক
ফেটি লিভাৰৰ পৰা উপশম পাব, আদা দিয়া এই পানীয় দৈনিক সেৱন কৰক...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ