Gold price today: পুনৰ দাম কমিল! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold Price today 3rd November silver price all details in assamese Assam news - Assam Tv9

Gold price today: পুনৰ দাম কমিল! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

03 Nov 2025 | 09:19 AM

Gold Price Today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য সাল-সলনি হৈ থাকে। বিশ্বৰ বজাৰৰ প্ৰভাৱ প্ৰতিটো প্ৰান্ততে পৰে। ধনতেৰাচৰ পাছত হ্ৰাস পাইছে সোণৰ দাম। আজিও হ্ৰাস পালে মূল্য।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত পুনৰ হ্ৰাস পালে সোণ আৰু ৰূপৰ দাম। গতিকে আপুনি যদি আজি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে  তেন্তে ইয়াৰ মূল্য জনা দৰকাৰ।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত পুনৰ হ্ৰাস পালে সোণ আৰু ৰূপৰ দাম। গতিকে আপুনি যদি আজি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ মূল্য জনা দৰকাৰ।

2 / 5

আজি ৩ নৱেম্বৰ ২০২৫। আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,২৯৯ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,২২,৯৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৩,০০০ টকা। আনহাতে ১০০ গ্ৰামৰ মূল্য ১২,২৯,৯০০ টকা।

3 / 5

আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,২৭৪ টকা। ইফালে ১০ গ্ৰাম সোণৰ মূল্য ১,১২,৭৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১২,৭৫০ টকা। আজি ১০০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য বজাৰত ১১,২৭,৪০০ টকা।

4 / 5

আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,২২৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯২,২৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯২,২৫০ টকা। আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ৯,২২,৪০০ টকা।

5 / 5

আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৫১.৯০ টকা। ১০ গ্ৰামৰ মূল্য ১৫,১৯০ টকা। কালিৰ দিনটোত ইয়াৰ মূল্য আছিল ১৫,২০০ টকা। ইফালে আজি ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,৫১,৯০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...