Gold Price Today: হ্ৰাস পালে নে বৃদ্ধি! গুৱাহাটীত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold Price today 30th October silver price See details in assamese Assam news - Assam Tv9

Gold Price Today: হ্ৰাস পালে নে বৃদ্ধি! গুৱাহাটীত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

30 Oct 2025 | 09:19 AM

Gold Price Today: প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত সামান্য পৰিমাণে দাম বৃদ্ধি হোৱা দেখা গৈছে। গতিকে আপুনি যদি সোণ ক্ৰয় কৰাৰ কথা ভাবিছে ইয়াৰ দাম জনা দৰকাৰ।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। ধনতেৰাচৰ পাছত বহু পৰিমাণে হ্ৰাস পাইছিল সোণ আৰু ৰূপৰ দাম। কিন্তু আজিৰ দিনটোত সামান্য পৰিমাণে মূল্যবৃদ্ধি হোৱা দেখা গৈছে। ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান তলত উল্লেখ কৰা হ'ল।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। ধনতেৰাচৰ পাছত বহু পৰিমাণে হ্ৰাস পাইছিল সোণ আৰু ৰূপৰ দাম। কিন্তু আজিৰ দিনটোত সামান্য পৰিমাণে মূল্যবৃদ্ধি হোৱা দেখা গৈছে। ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান তলত উল্লেখ কৰা হ'ল।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,২৪১ টকা। ১০ গ্ৰামৰ মূল্য ১,২২,৪১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২২,৪০০ টকা। আনহাতে ১০০ গ্ৰামৰ মূল্য ১২,২৪,১০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,২২১ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১২,২১০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,১২,২০০ টকা। আনহাতে ১০০ গ্ৰাম সোণৰ মূল্য ১১,২২,১০০ টকা।

4 / 5

আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,১৮১ টকা। ১০ গ্ৰামৰ মূল্য ৯১,৮১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯১,৮০০ টকা। আনহাতে আজিৰ দিনটোত ১০০ গ্ৰামৰ মূল্য ৯,১৮,১০০ টকা।

5 / 5

আজি ৰূপৰ দাম বৃদ্ধি হোৱাও দেখা হৈছে। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৫২.১০ টকা। ১০০০ গ্ৰামৰ মূল্য ১,৫২,১০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৫২,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...