Gold Price Today: পুনৰ দাম কমিল! আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold Price Today 2th December Silver price Tuesday See details in assamese Assam news - Assam Tv9

Gold Price Today: পুনৰ দাম কমিল! আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Updated On: 

02 Dec 2025 09:40 AM

Gold Price Today: আজি পুনৰ হ্ৰাস পালে সোণ আৰু ৰূপৰ মূল্য। প্ৰতিদিনে বজাৰত সোণ আৰু ৰূপৰ মূল্যত পৰিৱৰ্তন হৈ থাকে। গতিকে বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা দৰকাৰ।

1 / 5প্ৰতিদিনৰ দৰে আজিও বজাৰত সোণ আৰু ৰূপৰ মূল্যত পৰিৱৰ্তন আহিছে। আজি ২ ডিচেম্বৰ, ২০২৫ ত হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা দৰকাৰ।

প্ৰতিদিনৰ দৰে আজিও বজাৰত সোণ আৰু ৰূপৰ মূল্যত পৰিৱৰ্তন আহিছে। আজি ২ ডিচেম্বৰ, ২০২৫ ত হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা দৰকাৰ।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,০২০ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,৩০,২০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩০,৪৮০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১৩,০২,০০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৯৩৫ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,৩৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৯,৬০০ টকা। ইফালে ১০০ গ্ৰাম সোণৰ মূল্য ১১,৯৩,৫০০ টকা।

4 / 5

আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৪৫৬ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯৪,৬৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৭,৮৬০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ৯,৪৬,৫০০ টকা।

5 / 5

আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৮৮ টকা। ১০ গ্ৰাম ৰূপৰ মূল্য ১,৮৮০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৮৮০ টকা। ১০০ গ্ৰাম ৰূপৰ মূল্য ১৮,৮০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ফেটি লিভাৰ হ’লে মুখত দেখা দিয়ে এই ৭ টা লক্ষণ, জানি ল’লে হ’ব পাৰিব সাৱধান
শৰীৰত প্ৰটিনৰ অভাৱ হ'লে কি হয় ? ইয়াৰ ৪ টা মূল লক্ষণ জানক...
ফেটি লিভাৰৰ সমস্যা হ্ৰাস কৰাত সহায়ক এই ৬বিধ ছুপাৰফুড, জানি লওক এতিয়াই
ভংগ শচীনৰ এটা ৰেক’ৰ্ড, আন এটা ঈৰ্ষণীয় অভিলেখ ভংগৰ দিশে বিৰাট কোহলী
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী