Gold Price Today: হ্ৰাস নে বৃদ্ধি? আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold Price Today 27th November Silver Price in Guwahati Know In Details in assamese Assam news - Assam Tv9

Gold Price Today: হ্ৰাস নে বৃদ্ধি? আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

27 Nov 2025 | 09:18 AM

Gold Price Today: প্ৰতিদিনৰ দৰে আজিও বজাৰত সোণ-ৰূপৰ মূল্য পৰিৱৰ্তন হোৱা দেখা গৈছে। আজিৰ দিনটোত সোণ আৰু ৰূপৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে। গতিকে ইয়াৰ দাম জনা দৰকাৰ।

1 / 5আজি ২৭ নৱেম্বৰ, বৃহস্পতিবাৰ। প্ৰতিদিনৰ দৰে আজিও সোণ-ৰূপৰ মূল্য সাল-সলনি হোৱা দেখা গৈছে। কালিৰ তুলনাত আজি কিছু বৃদ্ধি পাইছে সোণ আৰু ৰূপৰ মূল্য। গতিকে ইয়াৰ দাম জানি লওক।

আজি ২৭ নৱেম্বৰ, বৃহস্পতিবাৰ। প্ৰতিদিনৰ দৰে আজিও সোণ-ৰূপৰ মূল্য সাল-সলনি হোৱা দেখা গৈছে। কালিৰ তুলনাত আজি কিছু বৃদ্ধি পাইছে সোণ আৰু ৰূপৰ মূল্য। গতিকে ইয়াৰ দাম জানি লওক।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৭৯২ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,২৭,৯২০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৭,৯১০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১২,৭৯,২০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৭২৬ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১৭,২৬০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৭,২৫০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১১,৭২,৬০০ টকা।

4 / 5

আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৫৯৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯৫,৯৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৫,৯৩০ টকা। আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ৯,৫৯,৪০০ টকা।

5 / 5

আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৬৯.১০ টকা। ১০০ গ্ৰাম ৰূপৰ মূল্য ১৬,৯১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৬,৯০০ টকা। আনহাতে আজি ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,৬৯,১০০ টকা।

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ