Gold Price Today: হ্ৰাস নে বৃদ্ধি? আজি গুৱাহাটীৰ বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ, জানক দাম…
Gold Price Today: বিগত সময়চোৱাত হোৰাহোৰে বৃদ্ধি পাইছে সোণ আৰু ৰূপৰ মূল্য। আজিৰ দিনটোতো সোণ আৰু ৰূপৰ মূল্যত বিশেষ পৰিবৰ্তন দেখা যোৱা নাই। গতিকে আপুনি যদি বজাৰলৈ যোৱাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5