Gold price today: হ্ৰাস পালে! সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে চাই লওক আজিৰ দাম... | gold price today 26th august silver price in guwahati see all details in assamese Assam news - Assam Tv9

Gold price today: হ্ৰাস পালে! সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে চাই লওক আজিৰ দাম…

Published: 

26 Aug 2025 | 09:07 AM

Gold price Today: প্ৰতিদিনে সোণ-ৰূপৰ দাম হ্ৰাস বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত ৰূপৰ দাম কিছু পৰিমাণে বৃদ্ধি পালেও সোণৰ মূল্য সামান্য পৰিমাণে হ্ৰাস পাইছে।

1 / 5আপুনিও সোণ-ৰূপৰ অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে আছে ভাল খবৰ। কিয়নো সামান্য দাম কমিছে সোণৰ। গতিকে আপুনিও যদি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

আপুনিও সোণ-ৰূপৰ অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে আছে ভাল খবৰ। কিয়নো সামান্য দাম কমিছে সোণৰ। গতিকে আপুনিও যদি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

2 / 5

২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,১৫০ টকা। ১০ গ্ৰামৰ মূল্য ১,০১,৫০০ টকা। ইয়াৰ পৰিমাণ কালিৰ দিনটোত আছিল ১,০১,৫১০ টকা। গতিকে কালিতকৈ কিছু দাম হ্ৰাস পাইছে।

3 / 5

২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৩০৪ টকা। ইয়াৰ সমান্তৰালকৈ ১০ গ্ৰামৰ মূল্য ৯৩,০৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৩,০৫০ টকা।

4 / 5

১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৭,৬১৩ টকা। ইয়াৰ লগতে ১০ গ্ৰামৰ মূল্য ৭৬,১৩০ টকা। কালিৰ দিনটোত ইয়াৰ দাম আছিল ৭৬,১৪০ টকা।

5 / 5

আজিৰ দিনটোত ১ গ্ৰাম ৰূপৰ দাম ১২১.১০ টকা। ইয়াৰ লগতে ১ কেজি ৰূপৰ দাম ১,২১,১০০ টকা। অৱশ্যে কালিৰ তুলনাত আজিৰ দিনটোত দাম সামান্য বৃদ্ধি পাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...