Gold Price Today: কিমান কমিল দাম? আজিৰ দিনটোত বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold Price Today 25th November Silver Price Guwahati Assam All Details In Assamese Assam news - Assam Tv9

Gold Price Today: কিমান কমিল দাম? আজিৰ দিনটোত বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

25 Nov 2025 | 09:22 AM

Gold Price Today: প্ৰতিদিনৰ দৰে আজিও হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা দৰকাৰ। সোণৰ লগতে আজি ৰূপৰ মূল্যও বজাৰত হ্ৰাস পায়।

1 / 5আজি পুনৰ হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্যৰ হ্ৰাস-বৃদ্ধি হৈ থাকে। গতিকে বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা দৰকাৰ। আজি ২৫ নৱেম্বৰৰ দিনা ২৪ কেৰেট, ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে।

আজি পুনৰ হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্যৰ হ্ৰাস-বৃদ্ধি হৈ থাকে। গতিকে বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা দৰকাৰ। আজি ২৫ নৱেম্বৰৰ দিনা ২৪ কেৰেট, ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৫১২ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,২৫,১২০ টকা, কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৫,১৩০ টকা। আনহাতে আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ১২,৫১,২০০ টকা।

3 / 5

আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৪৯৬ টকা। ইফালে ১০ গ্ৰাম সোণৰ মূল্য ১,১৪,৬৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৪,৭০০ টকা। আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ১১,৪৬,৯০০ টকা।

4 / 5

আজি বজাৰত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৩৮৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯৩,৮৪০ টকা, কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৩,৮৫০ টকা। ইফালে আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ৯,৩৮,৪০০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্যও হ্ৰাস পাইছে। ১ গ্ৰাম ৰূপৰ মূল্য ১৬২.৯০ টকা। ১০ গ্ৰামৰ মূল্য ১,৬৯২ টকা, কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৬৩০ টকা। ১০০ গ্ৰামৰ মূল্য ১৬,২৯০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ