পুনৰ বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য, আজিৰ দিনটোত গুৱাহাটীত কিমান ? | Gold Price Today: 24K, 22K and 18K Gold Rates Rise Again on December 3 Assam news - Assam Tv9

পুনৰ বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য, আজিৰ দিনটোত গুৱাহাটীত কিমান ? চাওক

Published: 

03 Dec 2025 | 10:21 AM

সোণ-ৰূপৰ মূল্যত পুনৰ পৰিৱৰ্তন দেখা গৈছে। বৃদ্ধি পালে মূল্য। আজি বুধবাৰৰ দিনটোত ইয়াৰ মূল্য বৃদ্ধি পাই গুৱাহাটীত কিমান হ'ল ? চাওঁ আহক।

1 / 5আজিৰ বুধবাৰৰ দিনটোত পুনৰ সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ বজাৰত ২৪ কেৰেটৰ প্ৰতিগ্ৰাম সোণৰ মূল্য ৭১ টকা বৃদ্ধি পাই ১৩,০৫৮ টকা হৈছে। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৬৫ টকা বৃদ্ধি পাই ১১,৯৭০ টকা হৈছে আৰু  ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৫৩ টকা বৃদ্ধি পাই ৯,৭৯৪ টকা হৈছে।

আজিৰ বুধবাৰৰ দিনটোত পুনৰ সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ বজাৰত ২৪ কেৰেটৰ প্ৰতিগ্ৰাম সোণৰ মূল্য ৭১ টকা বৃদ্ধি পাই ১৩,০৫৮ টকা হৈছে। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৬৫ টকা বৃদ্ধি পাই ১১,৯৭০ টকা হৈছে আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৫৩ টকা বৃদ্ধি পাই ৯,৭৯৪ টকা হৈছে।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্য় অনুসৰি, গুৱাহাটী বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭১০ টকা বৃদ্ধি পাই ১,৩০,৫৮০ টকা হৈছে। ১০০ গ্ৰামৰ মূল্য ১৩,০৫,৮০০ টকা।

3 / 5

একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৬৫০ টকা বৃদ্ধি পাই ১,১৯,৭০০ টকা হৈছে। ১০০ গ্ৰামৰ সোণৰ মূল্য ১১,৯৭,০০০ টকা।

4 / 5

১৮ কেৰেট সোণৰ মূল্যও ১০ গ্ৰামত ৫৩০ টকা বৃদ্ধি পোৱা দেখা গৈছে। প্ৰতি ১০ গ্ৰামত ৯৭,৯৪০ টকা হোৱাৰ বিপৰীতে ১০০ গ্ৰামৰ মূল্য ৯,৭৯,৪০০ টকা।

5 / 5

ইফালে, ৰূপৰ মূল্যও বৃদ্ধি পোৱা দেখা গৈছে। ৰূপৰ মূল্যও ১০০ গ্ৰামত ৩০০ টকা বৃদ্ধি পাই আজিৰ দিনটোত ১৯,১০০ টকা হৈছে। প্ৰতি কেজি ৰূপৰ মূল্য ৩০০০ টকা বৃদ্ধি পাই ১,৯১,০০০ টকা হৈছে।

বৃদ্ধি পাব চুগাৰৰ মাত্ৰা! ডায়েবেটিছ ৰোগীয়ে ভুলতো নাখাব এই ফল...
শীতকালত গৰ্ভৱতী মহিলাই কেনেকৈ ল'ব নিজৰ যতন?
শীতকালত ভুগিছে নেকি হাত-ভৰিৰ আঙুলিৰ বিষত? সাৱধান, আঁৰত এনে চিন্তনীয় সমস্যা!
বাগুৰুম্বা নৃত্যত কোৱা 'বগ্ৰুম বাগ্ৰুম মৌছাদে'ৰ অৰ্থ কি?
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি