নাই কোনো পৰিৱৰ্তন ! আজি গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ? চাওক | Gold Price Today: 24K, 22K and 18K Gold Rates in Guwahati on November 30 Assam news - Assam Tv9

নাই কোনো পৰিৱৰ্তন ! আজি গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ? চাওক

Updated On: 

30 Nov 2025 | 10:51 AM

আজি দিনটোত একেদৰে আছে সোণ-ৰূপৰ মূল্য। দেশৰ বজাৰৰ লগতে আজি দেওবাৰৰ বন্ধ দিনটো গুৱাহাটী সোণ-ৰূপৰ মূল্য কিমান ? চাওঁ আহক।

1 / 5আজি ৩০ নৱেম্বৰ, দেওবাৰ। এই বুধবাৰৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰাম সোণৰ মূল্য ১২,৯৮২ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১১,৯০০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৭৩৭ টকা।

আজি ৩০ নৱেম্বৰ, দেওবাৰ। এই বুধবাৰৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰাম সোণৰ মূল্য ১২,৯৮২ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১১,৯০০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৭৩৭ টকা।

2 / 5

গুড ৰিটাৰ্নছৰ তথ্য অনুসৰি, আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ১২,৯৮২ টকা, ১০ গ্ৰাম সোণৰ মূল্য ১,২৯,৮২০ টকা আৰু ১০০ গ্ৰাম সোণৰ মূল্য ১২,৯৮,২০০ টকা।

3 / 5

একেদৰে ২২ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ১১,৯০০ টকা, ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,০০০ টকা আৰু ১০০ গ্ৰাম সোণৰ মূল্য হৈছে ১১,৯০,০০০ টকা।

4 / 5

১৮ কেৰেট সোণৰ মূল্য যদি চোৱা যায়, প্ৰতিগ্ৰাম সোণৰ মূল্য ৯,৭৩৭ টকা, ১০ গ্ৰাম সোণৰ মূল্য ৯৭,৩৭০ টকা আৰু ১০০ গ্ৰাম সোণৰ মূল্য ৯,৭৩,৭০০ টকা।

5 / 5

ইফালে ৰূপৰ মূল্য যদি চোৱা যায়, ১০ গ্ৰাম ৰূপৰ মূল্য ১,৮৫০ টকা, ১০০ গ্ৰাম ৰূপৰ মূল্য ১৮,৫০০ আৰু প্ৰতিকেজি ৰূপৰ মূল্য ১,৮৫,০০০ টকা।

শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক..
লিভাৰ দুৰ্বল কৰি তোলে এই ৩ বিধ খাদ্যই! জানক...
কলপাতত খাদ্য খোৱাৰ ৫টা উপকাৰী গুণ কি কি? জানক...
ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে এইসমূহ খাদ্যই, জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি