Gold Price: পুনৰ কমিল দাম! আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold price today 23rd October silver price know in details assamese Assam news - Assam Tv9

Gold Price: পুনৰ কমিল দাম! আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

23 Oct 2025 | 09:44 AM

Gold Price Today: বৰ্তমান উৎসৱৰ সময়ত বহুতে সোণ-ৰূপ ক্ৰয় কৰে। গতিকে সোণ-ৰূপ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে আছে ভাল খবৰ। কিয়নো পুনৰ হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য।

1 / 5আজি ২৩ অক্টোবৰ,২০২৫। প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত কিছু পৰিমাণে হ্ৰাস পাইছে মূল্য। বৰ্তমান দেশত উৎসৱৰ সময়। গতিকে বহুতে এই সময়চোৱাত সোণ-ৰূপ ক্ৰয় কৰা দেখা যায়। তেনে অৱস্থাত দাম হ্ৰাস পোৱা এক ভাল খবৰ।

আজি ২৩ অক্টোবৰ,২০২৫। প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত কিছু পৰিমাণে হ্ৰাস পাইছে মূল্য। বৰ্তমান দেশত উৎসৱৰ সময়। গতিকে বহুতে এই সময়চোৱাত সোণ-ৰূপ ক্ৰয় কৰা দেখা যায়। তেনে অৱস্থাত দাম হ্ৰাস পোৱা এক ভাল খবৰ।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৫০৮ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,২৫,০৮০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৫,৮৯০ টকা। গতিকে কালিৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে দাম।

3 / 5

আজিৰ দিনটোত বজাৰত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৪৬৫ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,১৪,৬৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৫,৪০০ টকা।

4 / 5

আজি ১৮ কেৰেট সোণৰ দাম হ্ৰাস পোৱাও দেখা গৈছে। আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৩৮১ টকা। ১০ গ্ৰামৰ মূল্য ৯৩,৮১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৪,৪২০ টকা।

5 / 5

আজি ৰূপৰ মূল্যও হ্ৰাস পাইছে। ১ গ্ৰাম ৰূপৰ ১৫৯ টকা। ১০০ গ্ৰাম ৰূপৰ মূল্য ১৫,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৬,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...