Gold Price Today: সৰস্বতী পূজাৰ দিনটোত কমিল দাম! আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold Price Today 23rd January 2026 Silver Price Guwahati Assam Know Details In Assamese Assam news - Assam Tv9

Gold Price Today: সৰস্বতী পূজাৰ দিনটোত কমিল দাম! আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

23 Jan 2026 | 09:46 AM

Gold Price Today: আজি সৰস্বতী পূজাৰ দিনা কিছু পৰিমাণে হ্ৰাস পাইছে সোণ আৰু ৰূপৰ মূল্য। গতিকে আপুনি যদি আজি সোণ আৰু ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

1 / 5আজি ২৩ জানুৱাৰী, ২০২৬। সমগ্ৰ দেশতে আজি পালন কৰা হৈছে সৰস্বতী পূজা। আজিৰ দিনটোত আপুনি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

আজি ২৩ জানুৱাৰী, ২০২৬। সমগ্ৰ দেশতে আজি পালন কৰা হৈছে সৰস্বতী পূজা। আজিৰ দিনটোত আপুনি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৫,৪৩০ টকা। ১০ গ্ৰামৰ মূল্য ১,৫৪,৩০০ টকা। ১০০ গ্ৰামৰ মূল্য ১৫,৪৩,০০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৫,৪৩,১০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৪,১৪৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,৪১,৪৪০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১৪,১৪,৪০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৪,১৪,৫০০ টকা।

4 / 5

আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৫৭২ টকা। ১০ গ্ৰামৰ মূল্য ১,১৫,৭২০ টকা। ১০০ গ্ৰামৰ মূল্য ১১,৫৭,২০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১১,৫৭,৩০০ টকা।

5 / 5

আজি ১ গ্ৰাম ৰূপৰ মূল্য ৩২৪ টকা। ১০ গ্ৰামৰ মূল্য ৩,২৪৯ টকা। ১০০ গ্ৰামৰ মূল্য ৩২,৪৯০ টকা। আনহাতে আজি ১ কেজি ৰূপৰ মূল্য ৩,২৪,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৩,২৫,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

শীতকালত পেটৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এইবোৰ খাদ্য...
এই অভ্যাস ত্যাগ কৰক, কেনেধৰণৰ খাদ্যই কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে ? জানক
তেজপাতৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানক...
ব্লাড চুগাৰ হ্ৰাস পালে কি কি লক্ষণে দেখা দিয়ে? জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...