Gold and Silver Price: সোণে দেখুৱাইছে যাদু! গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান জানক | Gold Price Today 21th November 2025 Check son rate in Assam Guwahati and other Indian Cities Assam news - Assam Tv9

Gold and Silver Price: সোণে দেখুৱাইছে যাদু! গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান জানক

Updated On: 

21 Nov 2025 09:54 AM

সোণ ক্ৰয় কৰাৰ কথা ভাবি আছে নেকি? এতিয়া সোণ-ৰূপৰ মূল্যত আহিছে পৰিৱৰ্তন। ২০২৫ চনৰ ২১ নৱেম্বৰৰ দিনটোত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক...

1 / 5বিগত কিছুদিন ধৰি ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ পিছত এতিয়া সোণ-ৰূপৰ দাম কিছু সুস্থিৰতা দেখুৱাইছে। বিয়াৰ বতৰৰ মাজতে গ্ৰাহকৰ বাবে এই স্থিতিশীলতাই সকাহ দিছে। কিয়নো যোৱা কিছুদিনত সোণ আৰু ৰূপৰ দাম তীব্ৰভাৱে হ্ৰাস পোৱাৰ পিছত এতিয়া স্থিৰ হৈ পৰিছে।

বিগত কিছুদিন ধৰি ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ পিছত এতিয়া সোণ-ৰূপৰ দাম কিছু সুস্থিৰতা দেখুৱাইছে। বিয়াৰ বতৰৰ মাজতে গ্ৰাহকৰ বাবে এই স্থিতিশীলতাই সকাহ দিছে। কিয়নো যোৱা কিছুদিনত সোণ আৰু ৰূপৰ দাম তীব্ৰভাৱে হ্ৰাস পোৱাৰ পিছত এতিয়া স্থিৰ হৈ পৰিছে।

2 / 5

ভাৰতত আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১২,৪২৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১১,৩৮৯ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৯,৩১৮ টকা।

3 / 5

ভাৰতত আজি ৰূপৰ মূল্য ১৬৪.৯০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,৬৪,৯০০ টকা। ভাৰতত ৰূপৰ মূল্য আন্তৰ্জাতিক মূল্যৰ দ্বাৰা নিৰ্ধাৰিত হৈছে।

4 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১২,৪২৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১১,৩৮৯ টকা আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৯,৩১৮ টকা।

5 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য ১৬৪.৯০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,৬৪,৯০০ টকা।

ভৰিৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক দূৰ কৰাৰ সহজ উপায়...
থেলাছেমিয়া ৰোগৰ লক্ষণ আৰু কাৰণ কি, জানক সকলো...
এনে সমস্যা হ’ব পাৰে পেটৰ কৰ্কট ৰোগৰ লক্ষণ! বিপদৰ পূৰ্বেই হওক সাৱধান
ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ বিষয়ে জানক, যিয়ে দিব অধিক ৰিটাৰ্ণ !