Gold price today: পূজাৰ পূৰ্বে বৃদ্ধি পালে মূল্য! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান জানক... | Gold price today 2 September gold silver price guwahati see in details Assam news - Assam Tv9

Gold price today: পূজাৰ পূৰ্বে বৃদ্ধি পালে মূল্য! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান জানক…

Published: 

02 Sep 2025 | 09:07 AM

Gold price today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পাইছে। ইফালে ৰূপৰ মূল্যও কালিৰ তুলনাত বৃদ্ধি পাইছে।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। কালিৰ তুলনাত আজি সামান্য পৰিমাণে সোণৰ মূল্য বৃদ্ধি হৈছে। গতিকে আপুনি যদি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ মূল্য জানি লওক। গুৱাহাটীত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান সবিশেষ উল্লেখ কৰা হ'ল।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। কালিৰ তুলনাত আজি সামান্য পৰিমাণে সোণৰ মূল্য বৃদ্ধি হৈছে। গতিকে আপুনি যদি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ মূল্য জানি লওক। গুৱাহাটীত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান সবিশেষ উল্লেখ কৰা হ'ল।

2 / 5

আজি ২ ছেপ্টেম্বৰ। আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৫৮৯ টকা। ইফালে ১০ গ্ৰাম সোণৰ মূল্য ১,০৫,৮৯০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,০৫,৮৮০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৭০৬ টকা, আনহাতে ১০ গ্ৰামৰ মূল্য ৯৭,০৬০ টকা। কালিৰ দিনটোত ১০ গ্ৰামৰ মূল্য আছিল ৯৭,০৫০ টকা।

4 / 5

আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৭,৯৪২ টকা। লগতে ১০ গ্ৰামৰ মূল্য ৭৯,৪২০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ৭৯,৪১০ টকা। গতিকে কিছু পৰিমাণে আজি সোণৰ মূল্য বৃদ্ধি পাইছে।

5 / 5

গুড ৰিটাৰ্ণৰ তথ্য অনুসৰি, আজি গুৱাহাটীত ১ গ্ৰামৰ ৰূপৰ মূল্য ১২৬.১০ টকা, লগতে ১ কেজি ৰূপৰ মূল্য ১,২৬,১০০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,২৬,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...