Gold Price Today: নতুন বছৰৰ পূৰ্বে হ্ৰাস পালে নে বৃদ্ধি? বজাৰত আজি সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold Price Today 18th December 2025 Silver Price Thursday Guwahati See Details In Assamese Assam news - Assam Tv9

Gold Price Today: নতুন বছৰৰ পূৰ্বে হ্ৰাস পালে নে বৃদ্ধি? বজাৰত আজি সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

18 Dec 2025 09:37 AM

Gold Price Today: প্ৰতিদিনৰ দৰে আজিও সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈছে। আপুনি যদি নতুন বছৰৰ পূৰ্বে আ-অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজি বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ, জানক।

1 / 5মাজত মাত্ৰ কেইটামান দিন বাকী। তাৰ পাছতে আহিব ইংৰাজী নতুন বছৰ ২০২৬। নতুন বছৰৰ সময়খিনিত বহুতে বিয়া পাতে বা আন মাংগলিক কাৰ্য অনুষ্ঠিত কৰে। গতিকে এই সময়ত যদি আপুনি সোণ-ৰূপৰ আ-অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

মাজত মাত্ৰ কেইটামান দিন বাকী। তাৰ পাছতে আহিব ইংৰাজী নতুন বছৰ ২০২৬। নতুন বছৰৰ সময়খিনিত বহুতে বিয়া পাতে বা আন মাংগলিক কাৰ্য অনুষ্ঠিত কৰে। গতিকে এই সময়ত যদি আপুনি সোণ-ৰূপৰ আ-অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

2 / 5

আজি ১৮ ডিচেম্বৰ, ২০২৫। আজি বজাৰত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,৪৫২ টকা। ১০ গ্ৰামৰ মূল্য ১,৩৪,৫২০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩৪,৫১০ টকা। আনহাতে আজি ১০০ গ্ৰামৰ মূল্য ১৩,৪৫,২০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৩৩১ টকা। ১০ গ্ৰামৰ মূল্য ১,২৩,৩১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৩,৩০০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১২,৩৩,১০০ টকা।

4 / 5

আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,০৮৯ টকা। ১০ গ্ৰামৰ মূল্য ১,০০,৮৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০০,৮৮০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১০,০৮,৯০০ টকা।

5 / 5

আজি ১ গ্ৰাম ৰূপৰ মূল্য ২০৮.১০ টকা। ১০ গ্ৰামৰ মূল্য ২,০৮১ টকা। ১০০গ্ৰামৰ মূল্য ২০,৮১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২০,৮০০ টকা। গতিকে কালিৰ তুলনাত সামান্য পৰিমাণে দাম বৃদ্ধি পাইছে। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী