Gold Price Today: কিমান বৃদ্ধি পালে? আজি বজাৰত সোণ-ৰূপৰ প্ৰকৃত মূল্য কিমান, জানক... | Gold Price Today 16th December 2025 Silver Price Tuesday In Guwahati See Details In Assamese Assam news - Assam Tv9

Gold Price Today: কিমান বৃদ্ধি পালে? আজি বজাৰত সোণ-ৰূপৰ প্ৰকৃত মূল্য কিমান, জানক…

Published: 

16 Dec 2025 09:15 AM

Gold Price Today: প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য বেলেগ বেলেগ হয়। আজিৰ দাম কালিৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপুনি যদি সোণ বা ৰূপৰ ক্ৰয় কৰাৰ কথা চিন্তা কৰি আছে তেন্তে ইয়াৰ দাম জানি লোৱা আৱশ্যক।

1 / 5আজি ১৬ ডিচেম্বৰ, ২০২৫। প্ৰতিদিনৰ দৰে আজিও বজাৰত সোণ-ৰূপৰ মূল্যত পাৰ্থক্য দেখা গৈছে। কালিৰ তুলনাত আজি সোণৰ মূল্য কিছু বৃদ্ধি পাইছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

আজি ১৬ ডিচেম্বৰ, ২০২৫। প্ৰতিদিনৰ দৰে আজিও বজাৰত সোণ-ৰূপৰ মূল্যত পাৰ্থক্য দেখা গৈছে। কালিৰ তুলনাত আজি সোণৰ মূল্য কিছু বৃদ্ধি পাইছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,৫৩৯ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,৩৫,৩৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩৫,৩৮০ টকা। আনহাতে আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ১৩,৫৩,৯০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৪১১টকা। ১০ গ্ৰামৰ মূল্য ১,২৪,১১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৪,১০০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১২,৪১,১০০ টাকা।

4 / 5

আজি ১৮ কেৰেট সোণৰ মূল্যও বৃদ্ধি হৈছে। ১ গ্ৰামৰ মূল্য ১০,১৫৫ টকা। ১০ গ্ৰামৰ মূল্য ১,০১,৫৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০১,৫৪০ টকা। আনহাতে আজি ১০০ গ্ৰামৰ মূল্য ১০,১৫,৫০০ টকা।

5 / 5

আজি ১ গ্ৰাম ৰূপৰ দাম ২০৩.১০ টকা। ১০ গ্ৰামৰ মূল্য ২,০৩১ টকা। ১০০ গ্ৰামৰ মূল্য ২০,৩১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২০,৩০০ টকা। গতিকে আজি ৰূপৰ দামো বৃদ্ধি হৈছে। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...