Gold Price Today:আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য হ্ৰাস পালে নে বৃদ্ধি? জানক... | Gold Price Today 13th November Silver price guwahati see details in assamese Assam news - Assam Tv9

Gold Price Today:আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য হ্ৰাস পালে নে বৃদ্ধি? জানক…

Published: 

13 Nov 2025 | 09:23 AM

Gold Price Today: বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থকা সাধাৰণ কথা। আজিৰ দিনটোত সোণৰ মূল্য হ্ৰাস পোৱাৰ লগতে ৰূপৰ মূল্য কিছু বৃদ্ধি পায়। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে চাওক আজিৰ দাম।

1 / 5প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। যিয়ে প্ৰভাৱ পেলাই গ্ৰাহকৰ পকেটত। আজিৰ দিনটোত সোণ-ৰূপৰ মূল্যৰ কিছু পাৰ্থক্য পৰিলক্ষিত হৈছে। কালিৰ তুলনাত আজি কিছু কম হৈছে দাম।

প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। যিয়ে প্ৰভাৱ পেলাই গ্ৰাহকৰ পকেটত। আজিৰ দিনটোত সোণ-ৰূপৰ মূল্যৰ কিছু পাৰ্থক্য পৰিলক্ষিত হৈছে। কালিৰ তুলনাত আজি কিছু কম হৈছে দাম।

2 / 5

আজি ১৩ নৱেম্বৰ,২০২৫। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৫৫০ টকা। ১০ গ্ৰামৰ মূল্য ১,২৫,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৫,৫১০ টকা। আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ১২,৫৫,০০০ টকা।

3 / 5

আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৫০৪ টকা। ১০ গ্ৰামৰ মূল্য ১,১৫,০৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৫,০৫০ টকা। আনহাতে আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ১১,৫০,৪০০ টকা।

4 / 5

আজি বজাৰত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৪১২ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯৪,১২০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৪,১৩০ টকা। আনহাতে আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ৯,৪১,২০০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্য কিছু বৃদ্ধি পাইছে। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৬২.১০ টকা। ১০ গ্ৰামৰ মূল্য ১,৬২১ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৬২০ টকা। ১০০ গ্ৰামৰ মূল্য ১৬,২১০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...