Gold Price Today: উৰুকাৰ দিনটোত বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য…
Gold Price today: আজি সমগ্ৰ অসমবাসীয়ে পালন কৰিছে হেঁপাহৰ উৰুকা। পিছে আজিৰ দিনটোত সোণৰ বজাৰৰ পৰিস্থিতি কেনেকুৱা। যদি আপুনি আজি সোণ ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে দাম জানি লওক।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5