Gold Price Today: বৃদ্ধি পালে দাম! গুৱাহাটীত আজি কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? চাওক দাম... | Gold Price today 11th November silver price see all details in assamese Assam news - Assam Tv9

Gold Price Today: বৃদ্ধি পালে দাম! গুৱাহাটীত আজি কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? চাওক দাম…

Published: 

11 Nov 2025 | 09:24 AM

Gold Price Today: বজাৰত প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত বজাৰত দাম কিছু বৃদ্ধি পোৱা দেখা গৈছে। গতিকে সোণ ক্ৰয় কৰিব বিচৰাসকলে ইয়াৰ দাম জনা দৰকাৰ।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত সোণৰ-ৰূপৰ মূল্যত কিছু বৃদ্ধি দেখা গৈছে। গতিকে যদি আপুনি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত সোণৰ-ৰূপৰ মূল্যত কিছু বৃদ্ধি দেখা গৈছে। গতিকে যদি আপুনি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

2 / 5

আজি ১১ নৱেম্বৰ, ২০২৫। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৩৮৩ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,২৩,৮৩০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৩,৮২০ টকা। আনহাতে ১০০ গ্ৰামৰ মূল্য ১২,৩৮,০০০ টকা।

3 / 5

আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৩৫১ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১৩,৫১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৩,৫০০ টকা। আনহাতে আজিৰ দিনটোত ২২ কেৰেট ১০০ গ্ৰাম সোণৰ মূল্য ১১,৩৫,১০০ টকা।

4 / 5

আজিৰ দিনটোত গুৱাহাটীত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,২৮৮ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯২,৮৮০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯২,৮৭০ টকা। আনহাতে আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ৯,২৮,৮০০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপৰ দাম কিছু বৃদ্ধি হৈছে। ১ গ্ৰাম ৰূপৰ মূল্য ১৫৭.১০ টকা। ১০ গ্ৰামৰ মূল্য ১,৫৭১ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৫৭০ টকা। আনহাতে আজিৰ দিনটোত ১০০ গ্ৰাম ৰূপৰ মূল্য ১৫,৭১০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...