Gold Price Today: সোণৰ কমিল, ৰূপৰ বাঢ়িৰ! আজি দিনটোৰ প্ৰকৃত দাম কিমান, জানক... | Gold Price Today 11th December 2025 Silver Price Thursday All details know In assamese Assam news - Assam Tv9

Gold Price Today: সোণৰ কমিল, ৰূপৰ বাঢ়িৰ! আজি দিনটোৰ প্ৰকৃত দাম কিমান, জানক…

Published: 

11 Dec 2025 | 10:06 AM

Gold Price Today: প্ৰতিদিনৰ দৰে আজিও সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈছে। গতিকে আপুনি যদি আজি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজি ৰূপৰ দাম কিছু বৃদ্ধি পাইছে।

1 / 5প্ৰতিদিনে বজাৰত সোণ আৰু ৰূপৰ মূল্য বেলেগ বেলেগ হয়। আজি ১১ ডিচেম্বৰ, ২০২৫ ত পুনৰ সোণৰ মূল্য সামান্য পৰিমাণে হ্ৰাস পোৱা দেখা গৈছে। গতিকে আপুনি যদি আজি সোণৰ আ-অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে প্ৰকৃত দাম জানি লওক।

প্ৰতিদিনে বজাৰত সোণ আৰু ৰূপৰ মূল্য বেলেগ বেলেগ হয়। আজি ১১ ডিচেম্বৰ, ২০২৫ ত পুনৰ সোণৰ মূল্য সামান্য পৰিমাণে হ্ৰাস পোৱা দেখা গৈছে। গতিকে আপুনি যদি আজি সোণৰ আ-অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে প্ৰকৃত দাম জানি লওক।

2 / 5

আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,০২০ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,৩০,২০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩০,৩১০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১৩,০২,০০০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৯৩৫ টকা। ১০ গ্ৰামৰ মূল্য ১,১৯,৩৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৯,৪৫০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১১,৯৩,৫০০ টকা।

4 / 5

আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৭৬৫ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯৭,৬৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৭,৭৩০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ৯,৭৬,৫০০ টকা।

5 / 5

আজি ১ গ্ৰাম ৰূপৰ মূল্য ২০১ টকা। ১০ গ্ৰামৰ মূল্য ২,০১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৯৯০ টকা। আনহাতে আজি ১০০ গ্ৰাম ৰূপৰ মূল্য ২০,১০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...