আজি গুৱাহাটীত সোণ-ৰূপ মূল্য কিমান ? জানক | Gold Price in Guwahati Today: Latest Rates for 24K, 22K and 18K Gold July 28, 2025 Assam news - Assam Tv9

আজি গুৱাহাটীত সোণ-ৰূপ মূল্য কিমান ? জানক

Updated On: 

28 Jul 2025 | 11:35 AM

দেশৰ লগতে গুৱাহাটীত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা দেখা নাই। চাওঁ আহক দেশৰ বজাৰত সোণৰ মূল্য আজিৰ দিনটোত কিমান?

1 / 5আজিৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপত মূল্যত কোনো বিশেষ পৰিৱৰ্তন হোৱা দেখা নাই। আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,৯৯৩ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,১৬০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৭,৪৯৫ টকা।

আজিৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপত মূল্যত কোনো বিশেষ পৰিৱৰ্তন হোৱা দেখা নাই। আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,৯৯৩ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,১৬০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৭,৪৯৫ টকা।

2 / 5

গুড ৰিৰ্টানছৰ মতে, আজি দিল্লীৰ বজাৰত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,০০,০৮০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯১,৭৫০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,০৭০ টকা।

3 / 5

একেদৰে গুৱাহাটীত আজি ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৯৩০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯১,৬০০ টকা। ইফালে ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৪,৯৫০ টকা।

4 / 5

ৰূপৰ মূল্য প্ৰতি গ্ৰামত আজি ১১৬ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপ মূল্য ১,১৬,০০০ টকা হোৱা দেখা গৈছে।

5 / 5

যোৱা ২৩ জুলাইলৈকে সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছিল যদিও ২৪ জুলাইৰ পৰা এই মূল্য হ্ৰাস পাবলৈ ধৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...