Gold price today: দুৰ্গা পূজাৰ পূৰ্বে দাম হ্ৰাস! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold price Guwahati today 25th September silver price know all details in assamese Assam news - Assam Tv9

Gold price today: দুৰ্গা পূজাৰ পূৰ্বে দাম হ্ৰাস! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

25 Sep 2025 | 09:42 AM

Gold price today: প্ৰতিটো দিনৰ দৰে আজিও সোণ-ৰূপৰ মূল্যত সাল-সলনি হৈছে। কালিৰ দিনটোতকৈ আজি কিছু পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ আছে। গতিকে দুৰ্গা পূজাৰ পূৰ্বে আপুনিও যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজি কিছু পৰিমাণে দাম হ্ৰাস পাইছে।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ আছে। গতিকে দুৰ্গা পূজাৰ পূৰ্বে আপুনিও যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজি কিছু পৰিমাণে দাম হ্ৰাস পাইছে।

2 / 5

২৫ ছেপ্টেম্বৰত গুৱাহাটীত ১ গ্ৰাম সোণৰ মূল্য ১১,৫৩৬ টকা। আনহাতে ১০ গ্ৰামৰ মূল্য ১,১৫,৩৬০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৫,৩৭০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৫৭৪ টকা। আনহাতে ১০ গ্ৰামৰ মূল্য ১,০৫,৭৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০৫,৭৫০ টকা।

4 / 5

আজিৰ দিনটোত গুৱাহাটীত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৬৫২ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ৮৬,৫২০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৮৬,৫৩০ টকা।

5 / 5

আনহাতে ১ গ্ৰাম ৰূপৰ দাম ১৩৯.৯০ টকা। আনহাতে ১০০ গ্ৰাম ৰূপৰ দাম ১৩,৯৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৪,০০০ টকা। গতিকে ৰূপৰ দামো কিছু হ্ৰাস পাইছে। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...