Gold rate Guwahati: পুনৰ দাম বৃদ্ধি! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক | Gold price Guwahati today 24 feb know the gold rate assam details in assamese Assam news - Assam Tv9

Gold rate Guwahati: পুনৰ দাম বৃদ্ধি! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক

Updated On: 

24 Feb 2025 12:20 PM

Gold price Guwahati: প্ৰতিদিনে সোণ-ৰূপৰ দাম হ্ৰাস-বৃদ্ধি হৈ থাকে। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সোণৰ দামৰ প্ৰভাৱ দেশতো পৰে। যাৰ বাবে সোণ-ৰূপৰ ক্ষেত্ৰত প্ৰতিদিনে নতুন নতুন মূল্য দেখিবলৈ পোৱা যায়।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্যত হ্ৰাস-বৃদ্ধি হৈ থাকে। ২৪ ফেব্ৰুৱাৰীৰ তথ্য অনুসৰি আজি গুৱাহাটীত ২২ কেৰেট ১ গ্ৰাম সোণৰ দাম ৮,০৫৫ টকা। ইয়াৰ বিপৰীতে ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৭৮৭ টকা।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্যত হ্ৰাস-বৃদ্ধি হৈ থাকে। ২৪ ফেব্ৰুৱাৰীৰ তথ্য অনুসৰি আজি গুৱাহাটীত ২২ কেৰেট ১ গ্ৰাম সোণৰ দাম ৮,০৫৫ টকা। ইয়াৰ বিপৰীতে ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৭৮৭ টকা।

2 / 5

ইয়াৰ বিপৰীতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮০,৫৫০ টকা। ২৩ ফেব্ৰুৱাৰীত গুৱাহাটীত ২২ কেৰেট ২০ গ্ৰাম সোণৰ মূল্য ৮০,৪৫০ টকা। অৰ্থাৎ সোণৰ মূল্য কালিতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে।

3 / 5

২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮৭,৮৭০ টকা। কালিৰ দিনটো ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য আছিল ৮৭,৭৭০ টকা। কালিতকৈ সোণৰ মূল্য কিছু পৰিমাণে আজি বৃদ্ধি পাইছে। উল্লেখ কৰা প্ৰয়োজন যে, গোল্ড ৰিটাৰ্ণ নামৰ ৱেবচাইটটোৱে এই তথ্য প্ৰকাশ কৰিছে।

4 / 5

ইয়াৰোপৰি গোল্ড ৰিটাৰ্ণে প্ৰকাশ কৰা তথ্য অনুসৰি আজিৰ দিনটোত গুৱাহাটীত প্ৰতি গ্ৰাম ৰূপৰ মূল্য ১০১ টকা। ইয়াৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,০১,০০০ টকা। উল্লেখ্য যে, কালিতকৈ সামান্য পৰিমাণে বৃদ্ধি পাইছে ৰূপৰ মূল্য।

5 / 5

দেশৰ ৰাজধানী দিল্লীতো সোণৰ দাম বৃদ্ধি হোৱা দেখা গৈছে৷ গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি দিল্লীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০ টকা বৃদ্ধি পাইছে। একে সময়তে ২৪ কেৰেট সোণৰ মূল্যও বৃদ্ধি পোৱা দেখা গৈছে।আজি ৰাজধানীত ২৪ কেৰেট সোণৰ মূল্য ৮৮,০২০ টকা।

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...