মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে হ্ৰাস পালে সোণৰ মূল্য.. | Gold Price Drops Today in Guwahati and Delhi: Check Latest Rates for 24K, 22K, and 18K Gold Assam news - Assam Tv9

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে হ্ৰাস পালে সোণৰ মূল্য…

Updated On: 

17 Jun 2025 | 02:10 PM

আজিৰ দিনটোত সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে । ইৰাণ-ইজৰাইলৰ উত্তেজনাৰ মাজতে হঠাতে বৃদ্ধি পাইছিল সোণৰ মূল্য । আজি গুৱাহাটীত সোণ মূল্য কিমান জানক ।

1 / 5আজিৰ দিনটোত সোণৰ মূল্য কিছু হ্ৰাস পোৱা দেখা গৈছে । আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১,০০,৩৭০ টকা । একেদৰে ২২ কেৰেট ১০ গ্ৰামৰ মূল্য ৯২,০০০ টকা । ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,২৮০ টকা ।

আজিৰ দিনটোত সোণৰ মূল্য কিছু হ্ৰাস পোৱা দেখা গৈছে । আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১,০০,৩৭০ টকা । একেদৰে ২২ কেৰেট ১০ গ্ৰামৰ মূল্য ৯২,০০০ টকা । ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,২৮০ টকা ।

2 / 5

ইফালে আজিৰ দিনটোত ৰূপৰ মূল্য প্ৰতিগ্ৰামত ১১০ টকা আৰু প্ৰতি কেজিৰ দাম ১,১০,০০০ টকা ।

3 / 5

গুড ৰিটাৰ্নছৰ তথ্য মতে, আজিৰ দিনটোত ৰাজধানী দিল্লীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,০০,৫২০ টকা । একেদৰে ২২ কেৰেট ১০ গ্ৰামৰ মূল্য ৯২,১৫০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰামৰ মূল্য ৭৫,৪০০ টকা ।

4 / 5

আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,০০,৩৭০ টকা । যোৱা কালি এই মূল্য আছিল ১,০১,৫১০ টকা ।

5 / 5

একেদৰে আজি গুৱাহাটীত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯২,০০০ টকা । ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,২৮০ টকা । ইফালে ৰূপৰ মূল্য প্ৰতি কেজিত ১,১০,০০০ টকা ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...