Gold price today: পূজাৰ পূৰ্বে সোণ-ৰূপৰ দাম বৃদ্ধি! আজি গুৱাহাটীত দাম কিমান, জানক... | gold price 4th September thursday gold silver price guwahati assam all in details Assam news - Assam Tv9

Gold price today: পূজাৰ পূৰ্বে সোণ-ৰূপৰ দাম বৃদ্ধি! আজি গুৱাহাটীত দাম কিমান, জানক…

Published: 

04 Sep 2025 | 09:29 AM

Gold price Today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজি যদি আপুনি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দামৰ বিষয়ে জানি লওক।

1 / 5প্ৰতিদিনে সোণ-ৰূপৰ মূল্যৰ হ্ৰাস বৃদ্ধি হৈ থাকে। আজি কিছু পৰিমাণে সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি হৈছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

প্ৰতিদিনে সোণ-ৰূপৰ মূল্যৰ হ্ৰাস বৃদ্ধি হৈ থাকে। আজি কিছু পৰিমাণে সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি হৈছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

2 / 5

আজি ৪ ছেপ্টেম্বৰ। আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৬৯৮ টকা। ইয়াৰ বিপৰীতে ১০ গ্ৰামৰ মূল্য ১,০৬,৯৮০ টকা। কালি ইয়াৰ দাম আছিল ১,০৬,৯৭০ টকা।

3 / 5

২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৮০৬ টকা। ইয়াৰ বিপৰীতে ১০ গ্ৰাম সোণৰ মূল্য ৯৮,০৬০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ৯৮,০৫০ টকা।

4 / 5

আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,০২৪ টকা, ইয়াৰ বিপৰীতে ১০ গ্ৰামৰ মূল্য ৮০,২৪০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ৮০,২৩০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্যও বৃদ্ধি পাইছে। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১২৭.১০ টকা। ইয়াৰ বিপৰীতে ১ কেজি ১,২৭,১০০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,২৭,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...