Gold price today: পূজাৰ পূৰ্বে কিমান হ্ৰাস পালে? আজিৰ দিনটোত বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক... | gold price 18th September silver price all details know in assamese Assam news - Assam Tv9

Gold price today: পূজাৰ পূৰ্বে কিমান হ্ৰাস পালে? আজিৰ দিনটোত বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

18 Sep 2025 | 09:14 AM

Gold price today: আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিছু পৰিমাণে হ্ৰাস পাইছে। গতিকে আপুনি যদি আজি সোণ-ৰূপৰ আ-অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

1 / 5দুৰ্গা পূজা সমাগত। এই সময়চোৱাত বিভিন্নজনে আপোনজনৰ বাবে সোণ-ৰূপৰ আ-অলংকাৰ ক্ৰয় কৰে। আপুনিও যদি সোণ বা ৰূপৰ গহনা ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজি বজাৰত সোণ-ৰূপৰ মূল্য সামান্য পৰিমাণে হ্ৰাস পাইছে।

দুৰ্গা পূজা সমাগত। এই সময়চোৱাত বিভিন্নজনে আপোনজনৰ বাবে সোণ-ৰূপৰ আ-অলংকাৰ ক্ৰয় কৰে। আপুনিও যদি সোণ বা ৰূপৰ গহনা ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজি বজাৰত সোণ-ৰূপৰ মূল্য সামান্য পৰিমাণে হ্ৰাস পাইছে।

2 / 5

আজি ১৮ ছেপ্টেম্বৰ। আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,১৯২ টকা, ইয়াৰ বিপৰীতে ১০ গ্ৰামৰ মূল্য ১,১১,৯২০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,১১,৯৩০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,২৩৯ টকা। ইয়াৰ বিপৰীতে ১০ গ্ৰাম সোণৰ মূল্য ১,০২,৩৯০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,০২,৪০০ টকা। গতিকে কালিৰ তুলনাত দাম সামাণ্য পৰিমাণে কমিছে।

4 / 5

আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৩৭৭ টকা। ইয়াৰ বিপৰীতে ১০ গ্ৰামৰ মূল্য ৮৩,৭৭০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ৮৩,৭৮০ টকা। গতিকে ১৮ কেৰেট সোণৰ দামো হ্ৰাস পাইছে।

5 / 5

আজিৰ দিনটোত ১ গ্ৰাম ৰূপৰ মূল্য ১৩১.৯০ টকা। ইফালে ১ কেজি ৰূপৰ মূল্য ১,৩১,৯০০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,৩২,০০০ টকা। উল্লেখ্য যে, গুড ৰিটাৰ্ণে এই তথ্য প্ৰকাশ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...