দুৰ্গা পূজাৰ পূৰ্বে দাম হ্ৰাস! আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান, জানক... | gold price 16th September in guwahati silver price see all details in assamese Assam news - Assam Tv9

দুৰ্গা পূজাৰ পূৰ্বে দাম হ্ৰাস! আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

16 Sep 2025 | 09:10 AM

দুৰ্গা পূজাৰ পূৰ্বে আজিৰ দিনটোত সামান্য পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। যদি আপুনিও সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা দৰকাৰ।

1 / 5শ্ৰী শ্ৰী দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়খিনিত আপুনিও সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজি সোণৰ বজাৰত দাম কিছু হ্ৰাস পাইছে।

শ্ৰী শ্ৰী দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়খিনিত আপুনিও সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজি সোণৰ বজাৰত দাম কিছু হ্ৰাস পাইছে।

2 / 5

আজি ১৬ ছেপ্টেম্বৰ। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ দাম ১১, ১০৫ টকা। আনহাতে ১০ গ্ৰামৰ দাম ১,১১,০৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১১,০৬০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,১৭৯ টকা। ইফালে ১০ গ্ৰাম সোণৰ মূল্য ১,০১,৭৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০১,৮০০ টকা।

4 / 5

আজিৰ দিনটোত গুৱাহাটীত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৩২৮ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ৮৩,২৮০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৮৩,২৯০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপ মূল্যও কিছু পৰিমাণে হ্ৰাস পাইছে। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৩২.৯০ টকা। আনহাতে ১ কিলো ৰূপৰ মূল্য ১,৩২,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩৩,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...