কাষ চাপিছে বিয়াৰ বতৰ, পিছে দাম কমিছে নে বাঢ়িছে সোণৰ! চাই লওক এতিয়াই | Gold Becomes Costlier in Guwahati, Silver Also Sees a Rise Assam news - Assam Tv9

Gold Price Today: কাষ চাপিছে বিয়াৰ বতৰ, পিছে দাম কমিছে নে বাঢ়িছে সোণৰ! চাই লওক এতিয়াই

Updated On: 

10 Nov 2025 | 10:51 AM

বিয়াৰ পৰিকল্পনা কৰাৰ লগে লগে সোণৰ অলংকৰাৰ কথাও আহে। পিছে অলংকাৰ ক্ৰয়ৰ বাবে এতিয়া সঠিক সময় হয়নে? বজাৰত আজি সোণৰ দৰ বৃদ্ধি পাইছে নে হ্ৰাস পাইছে, জানো আহক এই বিষয়ে।

1 / 5বৈবাহিক সম্পৰ্ক স্থাপনৰ বাবে অসমীয়া সমাজত আঘোণ মাহটোক উত্তম সময় হিচাপে বিবেচনা কৰা হয়। বিয়াৰ পৰিকল্পনা কৰাৰ লগে লগে সোণৰ অলংকৰাৰ কথাও আহে। পিছে অলংকাৰ ক্ৰয়ৰ বাবে এতিয়া সঠিক সময় হয়নে?

বৈবাহিক সম্পৰ্ক স্থাপনৰ বাবে অসমীয়া সমাজত আঘোণ মাহটোক উত্তম সময় হিচাপে বিবেচনা কৰা হয়। বিয়াৰ পৰিকল্পনা কৰাৰ লগে লগে সোণৰ অলংকৰাৰ কথাও আহে। পিছে অলংকাৰ ক্ৰয়ৰ বাবে এতিয়া সঠিক সময় হয়নে?

2 / 5

বজাৰত আজি সোণৰ দৰৰ প্ৰতি লক্ষ্য কৰিলে আপোনাৰ জেপৰ ধন অধিক খৰচ হ’ব। কিয়নো আজি বজাৰত দাম বাঢ়িছে সোণৰ। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে, আজি বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ১২০ টকাকৈ বৃদ্ধি পাই ১২,৩২২ টকা হৈছে।

3 / 5

ইফালে ২২ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতিগ্ৰামত ১১০ টকাকৈ বৃদ্ধি পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। সেই অনুসৰি আজি ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ১১,২৯৫ টকা দৰত বজাৰত উপলব্ধ হ’ব।

4 / 5

একেদৰে ১৮ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতিগ্ৰামত ৯০ টকাকৈ বৃদ্ধি পাই আজি প্ৰতিগ্ৰামত ৯,২৪২ টকা দৰত ক্ৰয় কৰিব লাগিব গ্ৰাহকসকলে। সোণৰ মূল্যৰ এই প্ৰভাৱ দেশৰ লগতে গুৱাহাটীৰ বজাৰতো প্ৰযোজ্য হ’ব বুলি গুড ৰিটাৰ্ণছে তথ্য প্ৰকাশ কৰিছে।

5 / 5

সোণৰ দৰৰ দৰেই আজি ৰূপৰ দামো আজি প্ৰতিগ্ৰামত ২.৫ টকাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে, আজি প্ৰতিগ্ৰাম ৰূপৰ দৰ ১৫৫ টকা হৈছে। সেই অনুসৰি আজি বজাৰত মুঠ ২,৫০০ টকা বৃদ্ধিৰে এক কিলোগ্ৰাম ৰূপৰ দাম ১,৫৫,০০০ টকা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...