Gold Price Today: হোৰাহোৰে কমিল সোণৰ মূল্য! কিনিম বুলি ভাবিছে যদি খৰধৰ কৰক | Gold and silver Rates drop amid escalating Israel-Iran conflict Assam news - Assam Tv9

Gold Price Today: হোৰাহোৰে কমিল সোণৰ মূল্য! কিনিম বুলি ভাবিছে যদি খৰধৰ কৰক

barasha-misra
Updated On: 

27 Jun 2025 14:15 PM

পুনৰ সলনি হৈছে সোণ-ৰূপৰ দাম। সোণৰ মূল্য হ্ৰাস পোৱাৰ খবৰটোৱে বহু লোকক উৎসাহিত কৰিছে। বিশেষকৈ বিনিয়োগকাৰী আৰু গ্ৰাহকসকলৰ বাবে এয়া এক ভাল খবৰ। যদি আপুনি সোণ কিনিবলৈ বিচাৰি আছে, তেন্তে এয়াই উপযুক্ত সময় হ'ব পাৰে।

1 / 5Gold rate today: ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনাৰ বাবে ২০ জুনত পুনৰবাৰ বৃদ্ধি পাইছিল সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি। কিন্তু আজি পুনৰ পৰিৱৰ্তন ঘটিছে সোণ-ৰূপৰ দৰৰ। জানো আহক আজি ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম  কিমান হৈছে।

Gold rate today: ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনাৰ বাবে ২০ জুনত পুনৰবাৰ বৃদ্ধি পাইছিল সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি। কিন্তু আজি পুনৰ পৰিৱৰ্তন ঘটিছে সোণ-ৰূপৰ দৰৰ। জানো আহক আজি ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান হৈছে।

Twitter
2 / 5আজি সোণ-ৰূপৰ মূল্য হ্ৰাস পাইছে। যোৱা কেইদিনমানৰ পৰা সোণ-ৰূপৰ মূল্য বাঢ়ি গৈছিল, যদিও ২১ জুনত এই বৃদ্ধি বন্ধ হৈ পৰে। আজি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য হৈছে ১,০০,৪৭০ টকা।

আজি সোণ-ৰূপৰ মূল্য হ্ৰাস পাইছে। যোৱা কেইদিনমানৰ পৰা সোণ-ৰূপৰ মূল্য বাঢ়ি গৈছিল, যদিও ২১ জুনত এই বৃদ্ধি বন্ধ হৈ পৰে। আজি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য হৈছে ১,০০,৪৭০ টকা।

Twitter
3 / 5ইয়াৰ উপৰিও আজি ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯২,০৯০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,৩৫০ টকা। আজি ৰূপৰ মূল্যও হ্ৰাস পাইছে। এক কেজি ৰূপৰ মূল্য হৈছে ১,০৯,৯০০ টকা।

ইয়াৰ উপৰিও আজি ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯২,০৯০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,৩৫০ টকা। আজি ৰূপৰ মূল্যও হ্ৰাস পাইছে। এক কেজি ৰূপৰ মূল্য হৈছে ১,০৯,৯০০ টকা।

4 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১০,০৭৫ টকা, ২২ কেৰেট সোণৰ মূল্য ৯,২৩৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৫৫৬ টকা। কিন্তু ২০ জুনৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৪৮ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,২১০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৫৩৬ টকা হৈছিল।

5 / 5

গুৱাহাটীত আজি ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১১০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১০,০০০ টকা। ভাৰতৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত গুৱাহাটী অসমৰ ব্যৱসায়িক আৰু বিত্তীয় কেন্দ্ৰ।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক